24 C
Guwahati
Tuesday, May 18, 2021
More

    CAB হ’ল CAA

    CAAৰ বিৰুদ্ধে আছুয়ে লেখ আবেদন কৰিলে উচ্চতম ন্যায়ালয়ত আৰু ইতিমধ্যেই উচ্চতম ন্যায়ালয়ত গোচৰ পঞ্জীয়ন হৈছে CAAৰ বিৰুদ্ধে

    CAB ( Citizenship Amendment Bill) নহয় এতিয়াৰ পৰা হ’ল CAA ( Citizenship Amendment Act). জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত ১৩ ডিচেম্বৰ, ২০১৯ত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বিধেয়কত স্বাক্ষৰিত কৰি অনুমোদন জনোৱাৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হয়।

    Photo : Time8
    Photo : Time8

    এতিয়া মাত্ৰ এটা পথেই খোলা আছে, সেয়া হ’ল উচ্চতম ন্যায়ালয়। CAAৰ বিৰুদ্ধে আছুয়ে লেখ আবেদন কৰিলে উচ্চতম ন্যায়ালয়ত আৰু ইতিমধ্যেই উচ্চতম ন্যায়ালয়ত গোচৰ পঞ্জীয়ন হৈছে CAAৰ বিৰুদ্ধে। উচ্চতম ন্যায়ালয়ত বহু দল-সংগঠনে CAAৰ বিৰুদ্ধে যুঁজ দিব। বৰ্তমানলৈকে ১১ টা গোচৰ ৰুজু হৈছে উচ্চতম ন্যায়ালয়ত। এতিয়া মাথো অপেক্ষা…অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ সফল হ’বনে ?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING