26 C
Guwahati
Sunday, October 25, 2020
More

    উচ্চতম ন্যায়ালয়ৰ বৃহৎ সিদ্ধান্ত, RTIত অন্তৰ্ভুক্ত মুখ্য ন্যায়াধীশৰ কাৰ্যালয়

    মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ খান্না, ন্যায়াধীশ গুপ্তা, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ ৰমন্না বালীৰ বিচাৰপীঠে দিলে এই ৰায়

    বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ ৰায় দিলে। এতিয়াৰে পৰা মুখ্য ন্যায়াধীশ(CJI)ৰ কাৰ্যালয়ো RTI আইনৰ অধীনত থাকিব। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কিছু নিয়মো জাৰি কৰিছে। সিদ্ধান্ত অনুসৰি CJI কাৰ্যালয় পাব্লিক অথৰিটী হয়, ইয়াৰ আধাৰত RTIত অন্তৰ্ভুক্ত হ’ব যদিও কাৰ্যালয়ৰ গোপনীয়তা বজাই ৰখা হ’ব।

    মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ খান্না, ন্যায়াধীশ গুপ্তা, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ ৰমন্না বালীৰ বিচাৰপীঠে দিলে এই ৰায়। উচ্চতম ন্যায়ালয়ে সংবিধানৰ অনুচ্ছেদ ১২৪ৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰিলে। উচ্চতম ন্যায়ালয়ে দিল্লী হাইকৰ্টৰ দ্বাৰা ২০১০ত দিয়া সিদ্ধান্তক বাহাল ৰাখিলে।

    ন্যায়াধীশ সঞ্জীৱ খান্নাই লিখা সিদ্ধান্তত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ দীপক গুপ্তা সহমত দিয়ে যদিও ন্যায়াধীশ ৰমন্না আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কিছুমান ক্ষেত্ৰত নিজৰ পৃথক ৰায় দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    COVID-19 curve in Assam starts to flatten; health minister

    The COVID-19 curve in the state has started flattening with the constant fall in positivity rate of the cases, claimed Himanta Biswa Sarma

    CAA will be implemented soon: BJP chief JP Nadda

    The BJP chief said that due to the Covid-19 pandemic, implementation of CAA got delayed

    Like ‘Ravana’ Congress’s Grand Alliance is a set of Heads only: Sarma

    Congress had asked all the anti-Citizenship Amendment Act (CAA) forces to join the ‘grand alliance’ to outnumber the BJP

    IN VIDEO: Assam surgeon grooves to ‘Ghungroo’ song to cheer up patients

    A video of an ENT surgeon from Assam dancing on popular song ‘Ghungroo’ wearing PPE kit has taken over the internet

    CM moves PM over Assam Mizoram border dispute

    Assam CM Sarbananda Sonowal telephoned his Mizoram counterpart Zoramthanga and talked to him about the incident that took place at the border

    NIA files charge sheet against 12 people, including 9 Bangladeshi nationals in human trafficking case

    Ruhul Amin Dhali and 10 other arrested accused had illegally entered India in 1980s and established a prostitution racket in various parts of India

    Bomb Blast hit a Bengali-medium School at Assam-Mizoram Border; Both States claim it’s in their Area

    Silchar MP Rajdeep Roy said that the school which was reportedly attacked is located in Assam