Skip to content

কা বাতিলৰ দাবীত ৰাজঘাটত কংগ্ৰেছৰ সত্যাগ্ৰহ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
দিনৰ ৩ বজাৰ পৰা এই সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিব কংগ্ৰেছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

সমগ্ৰ দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন-প্ৰতিবাদ অব্যাহত আছে। কোনোপধ্যই কা মানি নোলোৱাৰ সিদ্ধান্তত অটল দেশৰ জনতা। কা বাতিলৰ দাবীত আজি কংগ্ৰেছে ৰাজঘাটত গ্ৰহণ কৰিব সত্যাগ্ৰহ কাৰ্যসূচী।

ইয়াত উপস্থিত থাকিব কংগ্ৰেছৰ প্ৰায় সংখ্যক জ্যেষ্ঠ নেতা। কংগ্ৰেছে দেওবাৰেই এই সত্যাগ্ৰহ আন্দোলন কথা আছিল যদিও আৰক্ষীয়ে অনুমতি প্ৰদান কৰা নাছিল। আজি দিনৰ ৩ বজাৰ পৰা এই সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিব কংগ্ৰেছে।

Photo Credit: The Fact India

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp