34 C
Guwahati
Sunday, August 9, 2020
  • Home
  • Videos
  • TIMECAST
More

    কণ্টেইনমেণ্ট জ’নৰ তালিকা ৪৬ লৈ বৃদ্ধি মহানগৰীত; চাওক সম্পূৰ্ণ তালিকা

    ৪৬খন ঠাইৰ ভিতৰত ২৬ খন ঠাই বৰ্তামনেও কণ্টেনমেণ্ট জ'নৰ ভিতৰত থকাৰ বিপৰীতে ২০ খনৰ পৰা ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে এই নিৰ্দেশনা

    মহামাৰী কৰ’ণা ভাইৰাছৰ দৰে কণ্টেইনমেণ্ট জ’নো বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত। স্পেনীছ গাৰ্ডেনেৰে আৰম্ভ হোৱা এই তালিকা ৪৬ খনলৈ বৃদ্ধি।

    প্ৰতিদিনে মহানগৰীত এজনৰ পাছত আন এজন আক্ৰান্ত হৈছে কৰ’ণাত। বৰ্তমানে মহানগৰীৰ মুঠ ২৭ খন ঠাই কণ্টেইমেণ্ট জ’নৰ ভিতৰত আছে।

    প্ৰশাসনে অন্য লোক সকলৰ সুৰক্ষাৰ বাবেই কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিব লগা হৈছে এই ভাইৰাছত আক্ৰান্ত হোৱা লোক সকল থকা ঠাই সমূহ।

    এপ্ৰিলৰ ৪ তাৰিখে স্পেনীছ গাৰ্ডেন কণ্টেইনমেণ্ট জ’ন ঘোষণা হোৱা দিনৰে পৰা বৰ্তমানলৈ মহানগৰীৰ ৪৬টাকৈ স্থানক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।

    ১০ জুন তাৰিখে নতুনকৈ লালগণেশৰ শংকৰ নগৰ, ধীৰেণপাৰা আৰু আঠগাঁৱৰ এছ জে ৰোড কণ্টেইনমেণ্ট জ’নৰ তালিকাত অন্তৰ্ভুক্ত।

    আঠগাঁও, ছেৰাবভাটি চাৰিআলি, আমবাৰী লেম্ব ৰোড কণ্টেণইনমেণ্ট জ’ন। খ্ৰীষ্টানবস্তি, সাতগাঁও, বিষ্ণুপুৰ, ভৰলুমুখ, হৰিসভাও আছে কণ্টেইনমেণ্ট জ’নত।

    ৪৬খন ঠাইৰ ভিতৰত ২৬ খন ঠাই বৰ্তামনেও কণ্টেনমেণ্ট জ’নৰ ভিতৰত থকাৰ বিপৰীতে ২০ খনৰ পৰা ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে এই নিৰ্দেশনা।

    Photo Credit: Twitter.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    How did Sonowal violate COVID 19 protocol? Asks Debabrata Saikia

    Large numbers of people were seen attending the program and the CM himself was allegedly seen not maintaining 'social distancing’

    Indefinite Curfew clamped in parts of Silchar after violence

    The order specified that the curfew would be imposed in the areas under the Malugram police outpost of Silchar, prohibiting the movement of individuals

    Lord Ram to unite the world: PM Modi

    Chanting ‘Jai Siyaram’ in between his speech, Modi said, “People from across the world will visit the grand Ram Mandir to witness Lord Shri Ram and mother Janaki. As such, it will connect India with the rest of the world.”

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.