31 C
Guwahati
Thursday, July 16, 2020
  • Home
  • Videos
  • TIMECAST
More

    কৰ’ণাতংক : বাংগালুৰুৰ পৰা ঘূৰি অহা যুৱকৰ আত্মহনন

    বাংগালুৰুৰ পৰা ঘূৰি আহি স্বাস্থ্য পৰীক্ষাও কৰিছিল যুৱকজনে

    বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বিচাৰপুৰত এক চাঞ্চল্যকৰ ঘটনা৷ বাংগালুৰুৰ পৰা ঘৰলৈ অহা যুৱকৰ আত্মহত্যা৷ মাৰ্চ মাহৰ ১৭ তাৰিখে বাংগালুৰুৰ পৰা ঘৰলৈ আহিছিল যুৱকজন৷ আত্মহত্যা কৰা যুৱকজনৰ নাম ফিলিপ মুণ্ডা৷ ঘটনাটোক লৈ সমগ্ৰ অঞ্চলতে সৃষ্টি হৈছে চাঞ্চল্যৰ৷

    জানিব পৰা মতে বাংগালোৰৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা যুৱকজনে ঘৰলৈ উভতি আহি মুছলপুৰত অৱস্থিত ডা০ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত নিজৰ স্বাস্থ্য পৰীক্ষাও কৰিছিল৷ আনকি দ্বিতীয় বাৰলৈও মেডিকেল চেকআপ কৰাৰ কথা ব্যক্ত কৰিছিল আত্মহত্যা কৰা ফিলিপে৷

    মৃত যুৱকজন

    পিচে নিজ ঘৰলৈ অহা যুৱকজনক এচামে বাৰম্বাৰ কটু মন্তব্য কৰি আহিছিল৷ আনকি গাঁওখনলৈ যুৱকজনে কৰ’ণা ভাইৰাছ অনা বুলি ঠাট্টা মস্কৰা কৰি আহিছিল বুলি অভিযোগ৷ যাৰবাবে তীব্ৰ মানসিক চাপত ভূগিছিল ফিলিপ মুণ্ডাই৷ পৰিনতিত নিশা ঘৰৰ চৌহদতে চিপ লৈ আত্মহত্যা কৰে যুৱকজনে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷

    Photo credit: @nandaburathokichetry

    Published:

    6 COMMENTS

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Guwahati put into ‘isolation’: 12 districts banned travel from the city

    The total numbers of COVID 19 related deaths in the state have also gone up to 24

    Assam Female Actor gets Life-Threatening for her role in a TV serial

    The serial has recently attracted a lot of controversies as many have alleged that it promotes "Love Jihad" and at many protested against it

    Nagaon girl suspected to have died of ‘Drug Overdose’

    Police have busted a drug racket and arrested two persons who had allegedly sold them ‘brown sugar’

    Major Reshuffle in Assam Police

    There were several other promotions and reshuffles in the department

    Guwahati Lockdown Extends till July 19: E-commerce, Tea Warehouses Allowed to Operate

    Kamrup Metro administration to identify elderly citizens and sick persons at home and ensure availability of critical care

    The Gauhati High Court asks Dispur to clear stand on COVID19 testing

    The petitioner said that there was no proper notification issued by the State government for testing of COVID 19 patients, whom to test and whom not to test