বিশ্বৰ লগতে ভাৰততো মৃত্যুৰ কিৰিলি অব্যাহত ৰখিছে কৰ’ণা মহামাৰীয়ে। স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি বৰ্তমানলৈ দেশ খনত মুঠ আক্ৰান্তৰ সংখ্যা ৭৮০০২ হাজাৰ। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাৰ সংহাৰী ৰূপ। দেশত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই গৈ আছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জাৰি কৰা তথ্য অনুসৰি দেশত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৫৪৯ জনলৈ বৃদ্ধি। সক্ৰিয় অৱস্থাত থকা কৰ’ণা পজিটিভৰ ঘটনা বৰ্তমান ৪৯২১৯। আনহাতে সুস্থ হৈ উঠিছে ২৬২৩৪জন লোক।
Photo Credit: WebMD