33 C
Guwahati
Sunday, August 9, 2020
  • Home
  • Videos
  • TIMECAST
More

    কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ অসমত পুনৰ এজনৰ মৃত্যু, মৃত্যুৰ সংখ্যা ৫লৈ বৃদ্ধি

    কোৱাৰেণ্টাইনত আছিল মৃত লোকজন। কোৱাৰেণ্টাইনৰ পিছত লোকজনক যাবলৈ দিয়া হৈছিল যদিও ঘৰতে থাকিবৰ বাবে পৰামৰ্শ দিয়া হৈছিল। কাৰ্বি আংলঙত মৃত্যু হয় লোকজনৰ

    ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু। কাৰ্বি আংলঙত মৃত্যু হয় অৰুণ কলিতা(৫৪) নামৰ লোকজনৰ। আজি পুৱা হঠাৎ বমি কৰি মৃত্য হয় লোকজনৰ।

    কোৱাৰেণ্টাইনত আছিল মৃত লোকজন। কোৱাৰেণ্টাইনৰ পিছত লোকজনক যাবলৈ দিয়া হৈছিল যদিও ঘৰতে থাকিবৰ বাবে পৰামৰ্শ দিয়া হৈছিল।

    এইপৰ্যন্ত অসমত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫লৈ বৃদ্ধি। বৰ্তমানলৈ ২৬৯৩জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে ৬৩৬জন লোকক। সক্ৰিয় লোকৰ সংখ্যা হৈছে ২০৫০জন লোক।

    সোমবাৰৰ দিনটোত ১২জন লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে ৭জন নগাঁৱৰ আৰু ৫জন বৰপেটাৰ।

    দেওবাৰেও ২৪৭জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছিল। ৪৮জন লোক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছিল।

    Photo: www.aa.com.tr

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    How did Sonowal violate COVID 19 protocol? Asks Debabrata Saikia

    Large numbers of people were seen attending the program and the CM himself was allegedly seen not maintaining 'social distancing’

    Indefinite Curfew clamped in parts of Silchar after violence

    The order specified that the curfew would be imposed in the areas under the Malugram police outpost of Silchar, prohibiting the movement of individuals

    Lord Ram to unite the world: PM Modi

    Chanting ‘Jai Siyaram’ in between his speech, Modi said, “People from across the world will visit the grand Ram Mandir to witness Lord Shri Ram and mother Janaki. As such, it will connect India with the rest of the world.”

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.