কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বৃটেইনৰ প্ৰধানমন্ত্ৰীক ICUলৈ স্থানান্তৰিত কৰা হৈছে। ৫৫ বছৰীয়া প্ৰধানমন্ত্ৰী বৰিছ জনচনক লণ্ডনৰ এখন হাস্পতালৰ ICUত ভৰ্তি।
দেওবাৰে সন্ধিয়া লক্ষণ দেখা মাত্ৰকে প্ৰধানমন্ত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। লণ্ডনৰ ছেইণ্ট থমাছ হাস্পতালত চলি আছিল চিকিৎসা। গুৰুতৰ অৱস্থা দেখি প্ৰধানমন্ত্ৰী বৰিছ জনচনক স্থানান্তৰিত কৰা হৈছে ICUলৈ।
Photo Credit: CNBC.com
generic ventolin
কৰ'ণাত আক্ৰান্ত বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ গুৰুতৰ অৱস্থা,ICUলৈ স্থানান্তৰিত
Thank you.
Youseful blog. Good post.