19 C
Guwahati
Sunday, February 28, 2021
More

    কৰ’ণা ভাইৰাছঃ জম্মুত দুজনকৈ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত, ভাৰতত ৩৩জনলৈ বৃদ্ধি

    উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত বিশ্বৰ ৮৭ খন দেশত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৯৮,১২৩জনলৈ বৃদ্ধি আৰু মৃতকৰ সংখ্যা ৩,৩৮৫লৈ বৃদ্ধি

    জম্মুৰ আইছ’লেচন চেণ্টাৰত ভৰ্তি হৈ থকা ২জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত। দুয়োজন লোক ইটালী আৰু দক্ষিণ কোৰিয়ালৈ গৈছিল। বৰ্তমানলৈ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৩জনলৈ বৃদ্ধি। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে পুৱা ১১.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু কৰ’ণা ভাইৰাছৰ পৰা প্ৰতিৰোধৰ বাবে উপায়ৰ বিষয়ে জনায়।

    উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত বিশ্বৰ ৮৭ খন দেশত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৯৮,১২৩জনলৈ বৃদ্ধি আৰু মৃতকৰ সংখ্যা ৩,৩৮৫লৈ বৃদ্ধি। চৰকাৰী সূত্ৰৰ সহায়ত এএফপি দ্বাৰা প্ৰস্তুত কৰা ৰিপৰ্টত এই তথ্য পোহৰলৈ আহে।

    বৃহস্পতিবাৰলৈ কৰ’ণা ভাইৰাছৰ ৬১৩টা নতুন ঘটনা পোহৰলৈ আহিছিল আৰু ৩৯জন লোকৰ মৃত্য হৈছে। হংকং আৰু মকাউৰ বাদে চীনত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা ৮০,৫৫২টা ঘটনা পোহৰলৈ আহে আৰু ইয়াৰে ৩,০৪২ জন লোকৰ মৃত্যু হয়।

    চীনৰ বাহিৰত মুঠ ১৭,৫৭১টা ঘটনা পোহৰলৈ আহে আৰু ৩৪৩জন লোকৰ মৃত্যু হয়। চীনৰ পিছত কৰ’ণা ভাইৰাছত প্ৰভাৱিত দেশসমূহৰ ভিতৰত দক্ষিণ কোৰিয়াত (৬,২৮৪ ঘটনা, ৪২ মৃত্য), ইটালী( ৩,৮৫৮টা ঘটনা, ১৪৮জনৰ মৃত্যু), ইৰান(৩,৫১৩টা ঘটনা, ১২৪ মৃত্যু) আৰু ফ্ৰাঞ্চত (৪২৩টা ঘটনা, ৭জনৰ মৃত্যু) হয়।

    Photo credit: timesofindia.indiatimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    ‘My son was not a terrorist’: Sam Stafford’s mother gives Gamosa for Martyrs’ Memorial

    The Assam Congress to collect 50 lakh Gamosas from the state which will be displayed at the CAA Martyrs’ Memorial if the party comes to power

    Election dates for Assam likely to be announced in first week of March: PM Modi

    PM Modi has launched five projects worth more than Rs 3,000 crore, including the inauguration of three major projects in the oil sector in Assam.

    “Will Make Web-Series on Lachit Borphukan”: Bollywood actor Vivek Oberoi

    He added that he along with his family would visit Majuli somewhere next year and would spend some time on the island

    ‘Create Autonomous State for Karbis’: JACAS reminds HM Shah

    Shah is slated to declare the signing of a peace accord with the groups in a mass rally at Dengaon in Karbi Anglong on February 25

    IID-Guwahati inaugurates training centre for Drone Pilots and Service

    Indian Institute of Drones – Guwahati will be instrumental in imparting skilled drone pilot training and knowledge on drone technology.

    Assam Polls: 44 MLAs in Assam are only 12 th Pass

    State’s powerful minister Himanta Biswa Sarma is a Doctorate degree holder

    BREAKING: Assam declared as ‘Disturbed Area’ for next 6 Months

    The AFSPA empowers the security forces to conduct operations and arrest anyone anywhere without prior notice