শেহতীয়াকৈ আহিছে এক ভয়ংকৰ খবৰ। ভাৰতত চতুৰ্থজন কৰ’ণাক্ৰান্তৰ মৃত্যু পঞ্জাৱত। জাৰ্মানী আৰু ইটালী ভ্ৰমণ কৰি উভটি আহি অসুস্থ হৈ পৰিছিল লোকজন।
কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ আকৌ এজনে মৃত্যুক আঁকোৱালি লোৱাত অধিক আতংকিত হৈ পৰিছে দেশবাসী। কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা প্ৰথমটো ঘটনা ঘটিছিল কৰ্ণাটকত, দ্বিতীয় ঘটনা দিল্লীত, তৃতীয় ঘটনা মহাৰাষ্ট্ৰত আৰু চতুৰ্থটো ঘটনা ঘটিল পঞ্জাৱত।
Photo Credit: India Today