22 C
Guwahati
Friday, April 16, 2021
More

    ‘হাইড্ৰঅক্সিক্লৰকুইন যদি যোগান ধৰে তেন্তে ভাল, নহ’লে আমাৰ পৰাও একেই প্ৰতিক্ৰিয়া পাব’-মোদীক একপ্ৰকাৰ প্ৰতিশোধমূলক মন্তব্য ট্ৰাম্পৰ

    ভাৰতত হাইড্ৰঅক্সিক্লৰকুইনৰ ওপৰত আছে বিশেষ নিষেধাজ্ঞা, এই নিষেধাজ্ঞা উঠাই ল'বলৈ ভাৰতক একপ্ৰকাৰ হেঁচা দিছে আমেৰিকাই

    আমেৰিকাত সংহাৰী ৰূপ ধাৰণ কৰিছে কৰ’ণা ভাইৰাছে।এই সংকটৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সহায় বিচাৰিছে। মোডীক হাইড্ৰ’ক্সিক্লৰকুইন (hydroxychloroquine) টেবলেট যোগানৰ বাবে অনুৰোধ কৰিছে ট্ৰাম্পে। উল্লেখ্য যে কৰ’ণা ৰোগীৰ বাবে পুৰণা মেলেৰিয়াৰ ঔষধ হাইড্ৰ’ক্সিক্লৰকুইন লাভদায়ক হ’ব পাৰে বুলি ঘোষণা কৰিছে ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক হাইড্ৰ’ক্সিক্লৰকুইন টেবলেট সোনকালে মুকলি কৰি দিয়াৰ বাবে অনুৰোধ কৰিছে।

    কিন্তু ভাৰতৰ পৰা এই সহায় লাভ নকৰি ভাৰতক পুনৰবাৰ অনুৰোধ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। হাইড্ৰঅক্সিক্লৰকুইন যোগান ধৰাৰ বাবে মোদীৰ সৈতে বাৰ্তালাপ ট্ৰাম্পৰ।হাইড্ৰঅক্সিক্লৰকুইন যদি যোগান ধৰে তেন্তে ভাল, নহ’লে আমাৰ পৰাও একেই প্ৰতিক্ৰিয়া পাব। একপ্ৰকাৰ ভাৰতক ভাবুকি দিছে ডোনাল্ড ট্ৰাম্পে। হাইড্ৰঅক্সিক্লৰকুইন যোগান নধৰাৰ ক্ষেত্ৰত প্ৰতিশোধমূলক মন্তব্য ট্ৰাম্পৰ। হোৱাইট হাউছৰ এখন সংবাদমেলত এই কথা প্ৰকাশ কৰিছে ট্ৰাম্পে।ভাৰতত হাইড্ৰঅক্সিক্লৰকুইনৰ ওপৰত আছে বিশেষ নিষেধাজ্ঞা।

    এই নিষেধাজ্ঞা উঠাই ল’বলৈ আমেৰিকাৰ একপ্ৰকাৰ হেঁচা ভাৰতক। ইতিমধ্যে ভাৰতে এখন ঔষধৰ তালিকা প্ৰকাশ কৰিছে,এই তালিকাত নাই পেৰাচিটামল অথবা হাইড্ৰঅক্সিক্লৰকুইন ঔষধ।তালিকাত উল্লেখ থকা সকলো ঔষধেই বিনামূলীয়া। এই তালিকাত উল্লেখ নাই হাইড্ৰঅক্সিক্লৰকুইন আৰু পেৰাচিটামল।ভাৰতত নিষিদ্ধ হৈ আছে এই দুয়োবিধ ঔষধ।

    Photo Credit: CNN.com

    Published:

    1 COMMENT

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Breaking | Rhino kills forest staff in Manas National Park

    The incident was mourned in the entire Barpeta and Bajali regions

    BREAKING: ULFA (I) warns of ‘Action’ against Tata’s Amalgamated Plantation in Assam

    The outfit said that the company's head office was outside Assam where no indigenous personnel from Assam were in employment

    ‘Bohag Bihu’ 2021: April 15 declared as closed holiday for Central Govt Employees in Assam

    Central Government Employees Welfare Coordination Committee held a meeting earlier on December 9, 2020, and decided to remove ‘Bohag Bihu’ from the list of holidays for the year 2021

    Breaking | ECI orders fresh polls in 4 polling stations in Assam

    Fresh polls at four polling stations will be held on April 20, 2021 from 7 am to 6 pm

    Assam Polls: Mahajot Candidates Taken out of State in fear of ‘Horse Trading’?

    The state has recorded an overall 82.04% of votes in the three-phased polls

    No ‘Bohag Bihu’ holiday for Central Govt employees: Assam Witnesses Protest

    Central government offices in Assam will not get Bohag Bihu holidays this year and will have to apply for a restricted holiday during the Assamese New Year festival

    District Admin declared two areas as ‘Containment Zones’ in Biswanath

    Section 144 CrPC imposed in Majuli district likewise Jorhat, Sivasagar, Biswanath, Dhubri districts