কেৰালাৰ দম্পতিৰ অভিনৱ পন্থাৰে CAA-NRCৰ প্ৰতিবাদ, ছচিয়েল মিডিয়াত ভাইৰেল ফটো

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
কেৰালাৰ থিৰুৱন্তপুৰম নিবাসী জি এল অৰুণ গোপী আৰু আশা শেখৰৰ এই প্ৰতিবাদ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

দেশৰ জনতাই নাগৰিকত্ব আইনৰ বিৰোধীতা অকল ৰাজপথত ওলাইয়ে কৰা নাই অন্য বহু অভিৱন পন্থাৰেও কৰিছে ইয়াৰ
প্ৰতিবাদ। ইয়াৰ বহিঃপ্ৰকাশ পাইছে বহু ধৰণে। সদ্যহতে তেনেই ক্ষোভৰ বহিঃপ্ৰকাশ কৰিছে ফটোৰ জৰিয়তে এক বিয়া হ’ব লগা দম্পতিয়ে। বিবাহৰ পুৰ্বে কৰা এলানি ফটো শ্বুটৰ জৰিয়তে ‘কা’ৰ প্ৰতিবাদ কৰে দম্পতিহালে।

যি সমুহ এতিয়া ছচিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰিছে। অকল নাগৰিকত্ব আইনৰে প্ৰতিবাদ কৰা নাই তেওঁলোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰো প্ৰতিবাদ কৰিছে। কেৰালাৰ থিৰুৱন্তপুৰম নিবাসী জি এল অৰুণ গোপী আৰু আশা শেখৰে এনেদৰে বিবাহৰ পুৰ্বে তোলা ফটোৰ জৰিয়তে কা আৰু এনআৰচিৰ প্ৰতিবাদ কৰে।

Related Post