23 C
Guwahati
Thursday, January 28, 2021
More

    মঙলদৈত অঘটন; সুস্থ লোকৰ সলনি ঘৰ গৈ পালে কভিড আক্ৰান্ত লোক

    মঙলদৈ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক নাম বিভ্ৰাত অঘটন। চিকিৎসালয়ৰ ভুলবশত কভিড আক্ৰান্ত হৈ থকা ৰোগী গৈ পালে ঘৰ।

    যোৱা নিশা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল ১৪ গৰাকী কোভিডত আৰোগ্য লাভ কৰা ব্যক্তি।

    ১৪ গৰাকী আৰোগ্য লাভ কৰা ৰোগীৰ ভিতৰত আছিল হামিড আলি নামৰ এগৰাকী লোক।

    পিছে সেই হামিড আলিৰ ঠাইত ঘৰ পালে গৈ হানিফ আলি। নামৰ ভুলৰ বাবেই সুস্থ হৈ উঠা জনক বাদ দি ৰোগী জনহে গৈ পালে ঘৰ।

    কৰ’ণা পজিটিভ ৰোগী জনক ৰিলিজ কৰি দিয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় হাস্পতাল খনৰ লগতে হানিফ আলিৰ বাসগৃহৰ অঞ্চল।

    কাৰণ আনুষ্ঠানিকভাৱে ৰিলিছ দিয়াৰ সময়ত চিকিৎসালয় খনত উপায়ুক্ত, মঙলদৈ বিধায়ককে ধৰি বহু লোক উপস্থিত আছিল।

    তাৰ পিছতো এইদৰে নাম এটাৰ বাবে এটা ডাঙৰ ভুল হৈ পৰে।

    আনহাতে ঘৰলৈ এম্বুলেঞ্চ যোগে লৈ যোৱাৰ সময়ত আন ৫ গৰাকী আৰোগ্য লাভ কৰা ব্যক্তিৰ সৈতে আছিল আক্ৰান্ত লোক জনো।

    একেখন গাড়ীতে যোৱাৰ ফলত সুস্থ হোৱা সত্তেও তেওঁ লোককো পুনৰ ঘৰতে কোৱাৰেণ্টাইন কৰা হৈছে।

    ইয়াৰোপৰি এটা ৰাতি ঘৰত থকাৰ পিছত আজি পুনৰ হানিফ আলিক ঘূৰাই অনা হৈছে চিকিৎসালয়খনলৈ।

    লগতে হানিফ আলিৰ গৃহ অঞ্চল কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰে।

    Input And Photo Credit: @Kishor kalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    BREAKING: Air Commodore Dharmendra Singh Dangi took over the Command of IAF station Tezpur

    He is a Qualified Flying Instructor, a Test Pilot and an alumnus of the National Defence Academy and College of Air Warfare

    Jonbeel Mela: Where tradition serves as the only currency

    The three-day fair, kicked off from Thursday, is organised by the Tiwa Community at Dayang Belguri in Morigaon district for over five centuries.

    Series of Chakka Bandh may hit Assam from January 27

    If not addressed then transport operators will go for 48 hours Chakka Bandh on February 12 and 13

    Meghalaya gets India’s longest road arch bridge

    This iconic structure is expected to boost the tourism sector in the state

    Archeology Dept. Restored British-era Police Station in Assam

    The state government has been working towards the goal of a smart police force

    Jerenga Pathar to be part of 5 iconic archaeological sites: PM Modi

    The Prime Minister also paid his tribute to the sacrifice of Joymoti, the Ahom princess who sacrificed her life for her husband Gadapani, in the Jeranga Pathar.