দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। এইবাৰ কৰ’ণাই প্ৰাণ ল’লে ৰাজস্থানৰ এগৰাকী ৬০ বছৰীয়া লোকৰ।
ৰাজস্থানৰ ভিলৱাৰা নিৱাসী লোকজনৰ মৃত্যুৰ লগে লগে ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা বৃ্দ্ধি পালে ১৭লৈ। ইফালে ৰাজস্থানত মৃত্যুৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে। সমগ্ৰ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭২৪জন।
Photo Credit: India Today