মহানগৰ আৰক্ষী আযুক্তক বদলি, আইন–শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থতাৰ বাবে বদলি

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
মহানগৰৰ আন ৪ গৰাকী DCPকো বদলি
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
photo: Time8

মহানগৰ আৰক্ষী আযুক্তক বদলি। শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থতাৰ বাবে বদলি কৰা হৈছে দীপক কুমাৰক। দীপক কুমাৰৰ স্থানত মুন্না প্ৰসাদ গুপ্তাক এই দায়িত্ব প্ৰদান কৰা হৈছে। মহানগৰৰ আন ৪ গৰাকী DCPকো বদলি। অসমৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থতাৰ অভিযোগ।

বৰ্তমানেও ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদকাৰীৰ কেব বিৰোধী প্ৰতিবাদ। গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰাৰ পিছতো প্ৰতিবাদকাৰীসকল ওলাই আহিল ৰাজপথলৈ। ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত লতাশিলত ৰনহুংকাৰ কাৰ্যসূচী ৰূপায়ন।

Related Post