Skip to content

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড: নিহত ৪৫

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে অৰ্ধশতাধিক লোক
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo Credit : Hindi Khabar
Photo Credit : Hindi Khabar

দিল্লীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দিল্লীৰ ৰাণী ঝাঁচী ৰোডৰ আনাজ মন্দী এলেকাৰ এটা ফেক্টৰীৰ ৬ নং মহলাত সূত্ৰপাত হয় জুইৰ। এই অগ্নিকাণ্ডই মূহুৰ্ততে গ্ৰাস কৰে অট্টালিকাটোৰ আন দুটা মহলাও । অগ্নিকাণ্ডৰ সময়ত ফেক্টৰীটোৰ ভিতৰত শুই আছিল শতাধিক শ্ৰমিক।

Photo Credit : The Indian Express

এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে প্ৰায় ৪৫ জনকৈ শ্ৰমিকে। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে অৰ্ধশতাধিক লোক। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে আৰু উদ্ধাৰকাৰী দলে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp