30 C
Guwahati
Wednesday, August 12, 2020
  • Home
  • Videos
  • TIMECAST
More

    দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ২০জনলৈ বৃদ্ধি

    দিল্লীৰ ভজপুৰাত BSFয়ে সমদল উলিয়াই। সেই স্থানতে প্ৰতিবাদকাৰীয়ে এটা পেট্ৰ'ল পাম্পত অগ্নিসংযোগ কৰিছিল আৰু বাহনসমূহ ভাঙি চূৰমাৰ কৰিছিল

    নাগৰিকত্ব সংশোধনী আইনৰ নামত দিল্লীৰ ৰাজপথত আৰম্ভ হোৱা হিংসাত্মক ঘটনা বৰ্তমানেও অব্যাহত। বিগত ৩ দিনত দেশৰ ৰাজধানী দিল্লীৰ কেইবাটাও এলেকাত সংঘটিত হয় হিংসাত্মক ঘটনা, য’ত বৰ্তমানলৈ ২০জন লোকে প্ৰাণ হেৰুৱাই। বুধবাৰে পুৱাও দিল্লীৰ গোকুলপুৰী এলেকাত হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কেইজমান প্ৰতিবাদকাৰীয়ে এখন দোকানত অগ্নিসংযোগ কৰে। হিংসাৰ এই পৰিৱেশৰ মাজতে অৰিবন্দ কেজৰিৱালে আৱেদন জনালে যে দিল্লীৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা এলেকাসমূহত সেনা মোতায়ন কৰাটো উচিত।

    দিল্লীৰ ভজপুৰাত BSFয়ে সমদল উলিয়াই। সেই স্থানতে প্ৰতিবাদকাৰীয়ে এটা পেট্ৰ’ল পাম্পত অগ্নিসংযোগ কৰিছিল আৰু বাহনসমূহ ভাঙি চূৰমাৰ কৰিছিল। দিল্লীৰ হিংসাত্মক ঘটনাসমূহ প্ৰতিৰোধ কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ পদক্ষেপ গ্ৰহণ। ৮০০জনতকৈও অধিক জোৱান মোতায়ন।

    দিল্লীৰ হিংসাত্মক ঘটনাক লৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইট

    Photo credit: scroll.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Air India Express jet crash: Kerala CM Pinarayi Vijayan lauds local response

    The fateful Air India Express jet arrived at the Kozhikode International Airport at around 7:30 PM on Friday carrying 190 passengers from Dubai.

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    Mizoram MLA helps woman deliver baby as doctor is unavailable

    After receiving the information, the legislator rushed to the hospital and performed an emergency cesarean.

    Need Help in Your lessons or Want a Counseling? Just Dial this Tripura Call Centre

    Anyone who would dial the call centre, it would route their calls to teachers, doctors, psychologists, educational counselors as per requirement of the caller

    Tension continues in Sonitpur: Police register Three cases

    Additional director general of police (ADGP), Law and Order, GP Singh, rushed to Thelamara and discussed the law and order situation

    IIT Guwahati, Imperial College London, jointly develop ‘meta-grid’ to boost LEDs

    The "meta-grid" could improve the performance of light-emitting diodes (LEDs) by making them brighter, energy-efficient and durable.