Skip to content

দিছপুৰত কৃষক মুক্তিৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী, প্ৰতিবাদত ভাগ ল’বলৈ অহা লোকৰ বাছ আবদ্ধ আৰক্ষীৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত কৃষক মুক্তিৰ ১৯ খন বাছ আবদ্ধ কৰিছে আৰক্ষীয়ে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo: Time8
Photo: Time8

কেব অনুমোদিত হোৱাৰ পিছতে জুইৰ দাৱানল উঠিছে সমগ্ৰ ৰাজ্যত। ঐক্যবদ্ধ হৈ আন্দোলনত নামিছে সকলো। বৰ্তমানে হৈ থকা শীতকালীন বিধানসভাৰ চৌহদতো প্ৰতিবাদ বহু লোকৰ। দিছপুৰ লাষ্টগেটতো কৃষক মুক্তি সংগ্ৰাম সমিটিৰ কেব বিৰোধী উত্তাল প্ৰতিবাদ। য’ত মিলিত হৈছে শ শ লোক। দূৰদূৰণিৰ পৰাও লোক আহি একেলগে নামি পৰিছে এই প্ৰতিবাদত।

উল্লেখ্য যে আৰক্ষী প্ৰশাসনৰ সন্মতি লৈয়ে অহিংসভাৱে প্ৰতিবাদত নামিছিল যদিও বহু ঠাইত প্ৰতিবাদকাৰীৰ কেইবাখনো বাছ আবদ্ধ কৰি ৰাখে আৰক্ষীয়ে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত কৃষক মুক্তিৰ ১৯ খন বাছ আবদ্ধ কৰিছে আৰক্ষীয়ে। দিছপুৰত হোৱা কৃষক মুক্তিৰ বিশাল প্ৰতিবাদী কাৰ্যসূচীত যোৱা পথত আবদ্ধ কৰিলে বাছ কেইখন। ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। আগিয়াতো উত্তাল প্ৰতিবাদ কেব বিৰোধী প্ৰতিবাদকাৰীৰ।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp