Skip to content

ভূমিকম্পই কঁপালে ভাৰত-পাকিস্তান, ১০জনৰ মৃত্যু, আহত শতাধিক লোক

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

ভাৰত–পাকিস্তান সীমান্তত ভূমিকম্পৰ জোঁকাৰণি। প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল ৰাজধানী দিল্লী আৰু সংলগ্ন এলেকাও। ভূমিকম্পৰ ফলত এগৰাকী মহিলা, শিশুসহ ৮জনৰ প্ৰাণহানি, আহত হৈছে শতাধিক লোক। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। মীৰপুৰ, জাঠলান আৰু জেহলুমৰ লগতে বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন। জোকাৰণি অনুভূত হয় উত্তৰ ভাৰতৰ দিল্লী আৰু সমীপৱৰ্তী এলেকাতো। ভূমিকম্পৰ জোঁকাৰণিত খহি পৰিছে অট্টালিকাৰ লগতে মছজিদৰ দেৱালো। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৩। ভূমিকম্পৰ উত্পত্তিস্থল পাকিস্তানৰ লাহোৰ।

ভাৰত–পাকিস্তান সীমান্তত ভূমিকম্পৰ জোঁকাৰণি। প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল উত্তৰ ভাৰত, জম্মু-কাশ্মীৰ আৰু পাকিস্তান। ৰাজধানী দিল্লী আৰু সংলগ্ন এলেকাও ভূমিকম্পৰ জোকাৰণি অনুভূত। ভূমিকম্পৰ ফলত এগৰাকী মহিলা, শিশুসহ ১০জনৰ প্ৰাণহানি, আহত হৈছে শতাধিক লোক। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

বিশেষকৈ মীৰপুৰ, জাঠলান আৰু জেহলুমৰ লগতে বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন। জোকাৰণি অনুভূত হয় দিল্লী আৰু সমীপৱৰ্তী এলেকাতো। ভূমিকম্পৰ জোঁকাৰণিত খহি পৰিছে অট্টালিকাৰ লগতে মছজিদৰ দেৱালো। সম্পূৰ্ণৰূপে ক্ষতিসাধন ঘটিছে মীৰপুৰ বিশ্ববিদ্যালয়ৰ। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৩। ভূমিকম্পৰ অভিকেন্দ্ৰ জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চল।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp