Skip to content

যাৱজ্জীৱন কাৰাদণ্ড উন্নাও ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বিধায়ক কুলদ্বীপ চেংগাৰক

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২৫ লাখ টকাৰ জৰিমনাও বিহা হৈছে কুলদ্বীপ চেংগাৰক
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হোৱা দেশ কপোৱা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ড দিল্লীৰ তীছ হাজাৰী আদালতৰ। নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হৈছে প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ চেংগাৰ। দিল্লী আদালতৰ ৰায় অনুসৰি প্ৰাক্তন বিজেপি বিধায়কগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২৫ লাখ টকাৰ জৰিমনাও বিহা হৈছে।

উল্লেখ্য যে ২০১৭ চনত সংঘটিত হৈছিল এই কাণ্ড, যি পিছলৈ উন্নাও ধৰ্ষণ কাণ্ড হিচাপে দেশ জোকাৰি গৈছিল। ঘটনাত অভিযু্ক্ত হোৱাৰ পিছতে উত্তৰপ্ৰদেশ ৰাজ্যিক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল কুলদ্বীপ চেংগাৰক। লগতে বিধায়ক পদৰ পৰাও বহিষ্কাৰ কৰা হৈছিল চেংগাৰক।

Photo Credit: scroll.in

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp