29 C
Guwahati
Saturday, September 11, 2021
More

    বলীউদৰ ‘Hottest Couple’ ফাৰহান আখটাৰ আৰু শিৱানী দাণ্ডেকাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল

    ২০১৫ চনৰে পৰা প্ৰেমৰ সম্পৰ্কেৰে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা শিৱানী বৰ্তমান ফাৰহান আখটাৰে হোষ্ট কৰি থকা অনুষ্ঠান 'I Can do that'ৰ এগৰাকী অংশগ্ৰহণকাৰীও

    বলীউদৰ সদা চৰ্চিত প্ৰেমিক যুগল ফাৰহান আখটাৰ আৰু শিৱানী দাণ্ডেকাৰৰ প্ৰেম কাহিনীয়ে আকৰ্ষিত কৰিছে বলীউদ প্ৰেমীসকলক। ২০১৫ চনৰে পৰা প্ৰেমৰ সম্পৰ্কেৰে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা শিৱানী বৰ্তমান ফাৰহান আখটাৰে হোষ্ট কৰি থকা অনুষ্ঠান ‘I Can do that’ৰ এগৰাকী অংশগ্ৰহণকাৰীও।

    আজি ৪৬ বছৰত ভৰি দিয়া অভিনেতাগৰাকীয়ে ওপজাদিনটোতে সদৰি কৰে শিৱাণীৰ সৈতে থকা গভীৰ প্ৰেমৰ কথা আৰু লগতে ফাৰহানে কয় যে তেওঁলোকৰ প্ৰেম আৰু এটা বছৰত ভৰি দিলে। জনপ্ৰিয় অভিনেতাগৰাকীৰ সৈতে শিৱানী দাণ্ডেকাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈ পৰাৰ লগে লগেই বলীউদ প্ৰেমীসকলৰ মাজত বৃদ্ধি পাইছে উৎসুকতা আৰু খলকনি তুলিছে ছচিয়েল মিডিয়াত।

    Photo credit: google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING