Skip to content

দিখৌ নদীত উটি গ’ল পিতা-পুত্ৰ; পিতৃৰ মৃতদেহ উদ্ধাৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
এছ ডি আৰ এফ ৰ দলে নাও লৈ পার্থপ্ৰতিম বৰাৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

শিৱসাগৰত কৰুণ ঘটনা। গা ধুবলৈ গৈ পিতা দিখৌ নদীৰ বাঢ়নী পানীত উটি গ’ল পিতা-পুত্ৰ। নিজ পুত্ৰৰ প্ৰাণ বচাবলৈ গৈ পিতৃও উটি গ’ল নদীত। শিৱসাগৰ নগৰৰ সমীপৱৰ্তী মেটেকা পানীচুকী গাঁৱৰ ঘটনা। পিতৃ বাণীকান্ত বৰা (৫৫) আৰু পুত্ৰ পার্থপ্ৰতিম বৰা (২০)।

ইতিমধ্যে এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে পিতৃ বাণীকান্ত বৰাৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বগীদল পাঁচআলি পানী যোগান আঁচনিৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী আছিল বাণীকান্ত বৰা। একমাত্ৰ পুত্ৰ পার্থপ্ৰতিম বৰা ওৰফে ধনটি। এছ ডি আৰ এফ ৰ দলে নাও লৈ পার্থপ্ৰতিম বৰাৰ উদ্ধাৰ অভিযানত নামিছে।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp