২০১৯-২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন বৃদ্ধি। ৯ নৱেম্বৰৰ পৰিৱৰ্তে ১৩ নৱেম্বৰলৈ বৃদ্ধি কৰা হ’ল এই সময়সীমা।

পূৰ্বে ১৪ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰৰ ভিতৰত প্ৰ-পত্ৰ পূৰণৰ দিন নিৰ্ধাৰণ কৰিছিল ছেৱাই। শিক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে ছেৱা কৰ্তৃপক্ষই।