22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম BREAKING: NRCৰ নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি

    BREAKING: NRCৰ নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি

    উচ্চতম ন্যায়ালয়ে হাজেলাক বদলিৰ নিৰ্দেশৰ পিছতে দেৱশৰ্মাক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান

    অসম অসামৰিক বিষয়া হিতেশ দেৱশৰ্মাক ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্ত। প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ আনুষ্ঠানিকভাৱে বদলি কৰাৰ পিছতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্ত ACS বিষয়াগৰাকী।

    পূৰ্বে NRCৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল হিতেশ দেৱশৰ্মা। NRCৰ পৰা পুনৰ অসামৰিক সেৱালৈ বদলি কৰিছিল দেৱশৰ্মাক। উচ্চতম ন্যায়ালয়ে হাজেলাক বদলিৰ নিৰ্দেশৰ পিছতে দেৱশৰ্মাক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati