শুকুৰবাৰে পাকিস্তানৰ সৈতে হোৱা কাৰ্গিল যুদ্ধৰ হিৰ’ যুঁজাৰু বিমান মিগ-২৭ৰ অৱসৰ গ্ৰহণ। ৰাজস্থানৰ যোধপুৰ এয়াৰবেছত ৭খন যুঁজাৰু বিমানৰ অন্তিমটো উৰণ। সেই সময়ত উপস্থিত আছিল কেইবাগৰাকীও বায়ুসেনাৰ জ্যেষ্ঠ বিষয়া। বিদায়ীপৰ্বত MIG-27ক ছেল্যুট জনায়। MIG-27য়ে তিনি দশকলৈ ভাৰতৰ বায়ুসেনাক সংগ দিছিল।
৭খন যুঁজাৰু বিমান থকা এই Squadronক ২০২০ৰ ৩১ মাৰ্চত নম্বৰ প্লেটেড কৰা হ’ব। যোধপুৰ এয়াৰবেছত অনুষ্ঠিত এই অনুষ্ঠানত বায়ুসেনাৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল। বায়ুসেনাত বৰ্তমান MIG-27ৰ স্থানত MIG-21 যুঁজাৰু বিমান ক্ৰয় কৰে।
Photo credit: Indian Air Force(Twitter)