সন্ত্ৰাসবাদী সংগঠন ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদী নিহত

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
শনিবাৰে উত্তৰ-পশ্চিম ছিৰিয়াত আমেৰিকা সেনাৰ অভিযানত নিহত হৈছিল ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদী
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo credit: cnn.com

বিশ্বত আতংকৰ সৃষ্টি কৰা সন্ত্ৰাসবাদী সংগঠন ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদী নিহত আমেৰিকাৰ সেনাৰ অভিযানত। ছিৰিয়াত লক্ষ্য কৰা হৈছিল বাগদাদীক।

ডনাল্ড ট্ৰাম্পে টুইটযোগে মতপ্ৰকাশ কৰে যে এতিয়াহে বৃহত্‍ কিবা এটা হৈছে। ট্ৰাম্পৰ এই টুইটটোৱে বাগদাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে। লগতে এইটো কোৱা হৈছে যে এই সন্দৰ্ভত ট্ৰাম্পে শীঘ্ৰে এটা বৃহত্‍ ঘোষণা কৰিব।

https://twitter.com/realDonaldTrump/status/1188264965930700801?s=20

আমেৰিকাৰ স্থানীয় মিডিয়াই জনোৱা অনুসৰি শনিবাৰে উত্তৰ-পশ্চিম ছিৰিয়াত আমেৰিকা সেনাৰ অভিযানত নিহত হৈছিল ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদী। আৰক্ষী বিষয়াই জনোৱা অনুসৰি বাগদাদীৰ CIAৰ সহায়ত সন্ধান উলিওৱা হৈছিল আৰু তাৰ পিছতে অভিযান আৰম্ভ কৰা হৈছিল।

Related Post