সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ মহামাৰীৰ ৰূপ। প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা। সম্প্ৰতি লণ্ডনত ৫জনকৈ ইস্কন (ISKCON) ভক্তৰ মৃত্যু হৈছে। কিছুদিনৰ পূৰ্বে ৫জন ভক্তৰ দেহত পোৱা গৈছিল কৰ’ণা ভাইৰাছৰ অৱস্থিতি।
ইয়াৰে পিছত হাস্পতালত ভৰ্তি হৈছিল তেওঁলোক। লগতে আন ২১জন আন ভক্তৰ দেহতো দেখা গৈছিল কৰ’ণা ভাইৰাছ সংক্ৰমণ হোৱাৰ লক্ষণ।তাৰে ১৬জনৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি। উল্লেখ্য যে ১৬ মাৰ্চৰ পৰা ছীল কৰি দিয়া হৈছে লণ্ডনৰ ইস্কন।
Photo Credit: You Tube