29 C
Guwahati
Saturday, October 17, 2020
More

    Kabul Attack: কাবুলৰ গুৰুদ্বাৰত দুৰ্বৃত্তৰ গুলীচালনা, ৪জনৰ মৃত্যু

    আফগানিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰালয়ে ক'লে যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতো অব্যাহত থাকে গুলীবৰ্ষণ। সাংসদ নৰিন্দৰ সিং খালছাই ক'লে যে যেতিয়া গুলীচালনা হৈছিল সেই সময়ত তেওঁ গুৰুদ্বাৰৰ সমীপতে আছিল আৰু তেওঁ গুলীৰ শব্দ শুনা মাত্ৰকেই সেই স্থানত উপস্থিত হয়। তেওঁ ক'লে যে দুৰ্বত্তৰ আক্ৰমণত প্ৰায় ১১ গৰাকী লোকে প্ৰাণ হেৰুৱায়।

    আফগানিস্তানৰ ৰাজধানীৰ পুৰণি চহৰৰ মাজত স্থিত গুৰুদ্বাৰত প্ৰৱেশ কৰি এটা বন্দুকধাৰীয়ে অতৰ্কিতে গুলীচালনা কৰে। এই আক্ৰমণত ১১ গৰাকী লোকৰ মৃত্যু হয়। এজন শিখ সাংসদে এই বিষয়ে জনায়।

    আফগানিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰালয়ে ক’লে যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতো অব্যাহত থাকে গুলীবৰ্ষণ। সাংসদ নৰিন্দৰ সিং খালছাই ক’লে যে যেতিয়া গুলীচালনা হৈছিল সেই সময়ত তেওঁ গুৰুদ্বাৰৰ সমীপতে আছিল আৰু তেওঁ গুলীৰ শব্দ শুনা মাত্ৰকেই সেই স্থানত উপস্থিত হয়। তেওঁ ক’লে যে দুৰ্বত্তৰ আক্ৰমণত প্ৰায় ১১ গৰাকী লোকে প্ৰাণ হেৰুৱায়।

    বৰ্তমানলৈ আক্ৰমণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই যদিও চলিত মাহৰ আৰম্ভণিতে ইছলামিক ষ্টেটৰ সম্বন্ধীয় এটা সংগঠনে কাবুলত সংখ্যালঘু ছিয়া মুছলমানৰ ধাৰ্মিক সমাগমত আক্ৰমণ কৰিছিল। এই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ৩২ গৰাকী লোকে।

    বিদেশ মন্ত্ৰালয়ে কাবুল আক্ৰমণৰ সন্দৰ্ভত শোকপ্ৰকাশ কৰে। মন্ত্ৰালয়ে ক’লে যে আমি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকল শীঘ্ৰে সুস্থ উঠাৰ কামণা কৰিছো। ভাৰতে আফগানিস্তানৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ প্ৰভাৱিত পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াবলৈ সাজু হৈ আছে।

    মন্ত্ৰালয়ে ক’লে যে সংখ্যালঘু সম্প্ৰদায়ৰ ধাৰ্মিক পূজা কৰা স্থানত এইধৰণৰ আক্ৰমণ, বিশেষকৈ কৰ’ণা ভাইৰাছৰ মহামাৰীৰ সময়ত অপৰাধীৰ আৰু সমৰ্থকৰ নিকৃষ্ট মানসিকতাৰে এয়া প্ৰতিবিম্ব।

    Photo credit: dw.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam: Construction work of Maligaon fly over kick starts

    The construction work of the Assam’s longest flyover from Maligaon to Kamakhya has started from October 11.

    Kaziranga National Park welcomes newborn elephant

    Kaziranga National Park (KNP) has added a new member to its team as its departmental elephant Kunwari gave birth to a male calf on Saturday.

    Para-gliding in Sikkim to take their wings from Nov 1

    The 50-odd commercial para-gliders of the association are readying to take wings latest by November 1.

    8 Indian beaches get International Blue Flag Certification

    Eight beaches of India, spread across five states and two inion territories, have been awarded the “Blue Flag” by an International Jury comprising of eminent members viz UNEP, UNWTO, FEE, IUCN etc.

    Assam Police exam scam: 45 accused arrested, rupees worth of crores discovered by Assam Police

    45 accused have been arrested in connection with the case, Assam (director General of Police) DGP Bhaskar Jyoti Mahanta revealed to the media on Saturday.

    Top Cops’ houses raided in connection with Assam Police recruitment scam

    Assam Police have arrested around 50 persons, including former DIG Prasanta Kumar Dutta and BJP leader Diban Deka

    Assam police Exam scam: Police seizes Rs 1.8 crore from Debraj Das

    The Barpeta Police has seized huge amount of money worth Rs 1.8 crore from the house of one railway employee Debraj Das on Monday.