আপুনি বিবাহ উপযুক্ত পুৰুষ নেকি? এগৰাকী সুন্দৰী যুৱতীৰ বাবে বিচাৰি থকা হৈছে এক উপযুক্ত পাৰ্থী। সুন্দৰী যুৱতীগৰাকীক বিয়া পাতিলে আপোনাক দিয়া হ’ব কোটি টকাৰ যৌতুকো। পিছে মানিব লাগিব কিছু কইনাৰ ভাতৃৰ কিছু চৰ্ত।

বিয়া পাতিলে যৌতুক হিচাপে দৰাই পাব ১০০০ কোটি টকা, লগতে পাব এখন সোণৰ বাহনো। পিছে বিচাৰি পোৱা নাই উপযুক্ত দৰাহে। ভনীয়েকৰ বাবে বিশ্বজুৰি চলিছে দৰা বিচৰাৰ সন্ধান। বিয়া পাতিব বিচাৰিলেই দৰাৰ বাবে সাজু হৈ আছে যৌতুক।

পিছে দৰাৰ বাবে বান্ধি দিয়া চৰ্ত সমূহ এবাৰ চাই লওঁক। যদি আপোনাৰ আছে সেই সমূহ গুণ তেনেতে পলম নকৰি বিয়াৰ বাবে জনাওক সন্মতি। চৰ্ত বোৰ হৈছে, দৰাৰ উচ্চতা হ’ব লাগিব ৫ ফুট ১০ ইঞ্চি। ল’ৰাৰ পূৰ্বতে থাকিব নোৱাৰিব কোনো ছোৱালিৰে সৈতে সম্পৰ্ক। থাকিব লাগিব ৬ পেক এবছ।

এই চৰ্ত বান্ধি দিছে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে। শাসকগৰাকী এতিয়া ভনীয়েকৰ বাবে উপযুক্ত দৰাৰ সন্ধানত। চৰ্ত অনুযায়ী দৰা পালেই হ’ব এক বহু আৰম্বৰপূৰ্ণ বিবাহ।

Photo Credit: Pinterest, wsj.com, Wikipedia,therooster.com , youtibe