বৃদ্ধি কৰা হ’ল অনলাইনৰ জৰিয়তে ভোটাৰ পৰিচয় পত্ৰৰ ভেৰিফিকেচন প্ৰক্ৰিয়াৰ সময়। ১৮ নৱেম্বৰলৈ বৃদ্ধি কৰা হ’ল অনলাইনৰ জৰিয়তে ভোটাৰ পৰিচয় পত্ৰৰ ভেৰিফিকেচন প্ৰক্ৰিয়াৰ সময়সীমা। ভাৰতীয় নিৰ্বাচন আয়োগে এক জাননী জাৰি কৰি জনালে এই কথা।

ইয়াৰ পূৰ্বে ১৫ অক্টোবৰ আছিল ভোটাৰ পৰিচয় পত্ৰৰ অনলাইন ভেৰিফিকেচন প্ৰক্ৰিয়াৰ সময়। কিন্তু ১৫ অক্টোবৰৰ পৰিৱৰ্তে সময় বৃদ্ধি কৰি ভাৰতীয় নিৰ্বাচন আয়োগে এতিয়া ১৫ নৱেম্বৰলৈকে নতুনকৈ নিৰ্ধাৰণ কৰি দিছে ভোটাৰ পৰিচয় পত্ৰৰ অনলাইন ভেৰিফিকেচন প্ৰক্ৰিয়াৰ সময়।
উল্লেখ্য যে ভোটাৰ পৰিচয় পত্ৰৰ অনলাইন ভেৰিফিকেচন প্ৰক্ৰিয়াৰ নামত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাইজ। জটিলতাৰ সৃষ্টি হৈছে ভোটাৰ পৰিচয় পত্ৰৰ অনলাইন ভেৰিফিকেচন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত। এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ এতিয়াও বাকী আছে বহু লোক। যাৰ ফলত বৃদ্ধি কৰা হৈছে ভোটাৰ পৰিচয় পত্ৰৰ অনলাইন ভেৰিফিকেচন প্ৰক্ৰিয়াৰ সময়।
Photo Credit : m.economictimes.com