Skip to content

পশ্চিমবংগস্থিত ভূপেনদাৰ বাসগৃহ পৰ্যটনথলী হিচাপে চিহ্নিত হোৱাৰ দিশে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ভুপেনদাই মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ পিছত ১৯৯০ দশকতেই সেই ঘৰটো সুশিল কুমাক ডাংগিৰ ওচৰত বিক্ৰী কৰিছিল
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

অসমবাসীৰ বাবে সুখবৰ, কলিকতাৰ টালিগঞ্জস্থিত সুধাকণ্ঠৰ বাসগৃহ এক ঐতিহ্য স্থান হিচাপে চিহ্নিত হোৱাৰ দিশে আগবাঢ়িছে।শনিবাৰে কলকাতা পৌৰ নিগমৰ এক সভাত এই সিদ্ধান্ত লয় সদ্য নিৰ্বাচিত মেয়ৰে।

উল্লখ্য যে, ভূপেন হাজৰিকাদেৱৰ কলিকতাস্থিত ঘৰটো অসম চৰকাৰে ১ কোটি টকাত কিনি লৈছিল। ভুপেনদাই মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ পিছত ১৯৯০ দশকতেই সেই ঘৰটো সুশিল কুমাক ডাংগিৰ ওচৰত বিক্ৰী কৰিছিল।

এই ঘৰটোত থকা সময়তে ভাৰতৰত্ন ভুপেনদাই ভাৰতীয় সংগীত জগতত ভৰি দিছিল। ইয়াতেই এসময়ত ভাৰতীয় সংগীতৰ নক্ষত্ৰ লতা মংগেশকাৰ, মান্না দে, কিশোৰ কুমাৰ, হেমন্ত কুমাৰ আদিৰ আদ্দাৰ থলী আছিল।

Photo credit: /Bhupen-Hazarika

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp