29 C
Guwahati
Wednesday, August 12, 2020
  • Home
  • Videos
  • TIMECAST
More

    বৃদ্ধি হ’ব পাৰে লকডাউন, সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইংগিত

    বুধবাৰে অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন বৃদ্ধি হোৱাৰ ইংগিত প্ৰদান কৰে। সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে এয়া দীঘলীয়া যুঁজ। সকলোৰে প্ৰাণ ৰক্ষা কৰাটো চৰকাৰৰ প্ৰাথমিকতা। প্ৰধানমন্ত্ৰীয়ে ক’লে যে দেশৰ স্থিতি ‘সামাজিক আপদকালীন’ৰ দৰে। ইয়াৰ বাবে কঠোৰ সিদ্ধান্তৰ প্ৰয়োজন আৰু আমি সতৰ্কতা অৱলম্বন কৰিব লাগে। লগতে তেওঁ ক’লে যে মই পুনৰ প্ৰতিখন ৰজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিম।

    কৰ’ণা ভাইৰাছ আৰু লকডাউন সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক দলৰ দলপতিৰ সৈতে আলোচনা কৰে। ভিডিঅ’ কনফেৰেঞ্চিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি, কংগ্ৰেছ, ডিএমকে, এআইএডিএমকে, টিআৰএছ, চিপিআইএম, টিএমচি, শিৱসেনা, এনচিপি, অকালী দল, এলজেপি, জেডিইউ, এছপি, বিএছপি, ৱাইএছআৰ কংগ্ৰেছ আৰু বিজেডিৰ দলপতিৰ সৈতে কৰ’ণা ভাইৰাছ আৰু লকডাউন সন্দৰ্ভত আলোচনা হয়।

    বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে ৰাজ্য, জিলা প্ৰশাসন আৰু বিশেষজ্ঞই ভাইৰাছৰ প্ৰচাৰ ৰোধ কৰিবলৈ লকডাউন বৃদ্ধি কৰাৰ আহ্বান জনাইছে।

    Photo credit: indiatvnews.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    Lord Ram to unite the world: PM Modi

    Chanting ‘Jai Siyaram’ in between his speech, Modi said, “People from across the world will visit the grand Ram Mandir to witness Lord Shri Ram and mother Janaki. As such, it will connect India with the rest of the world.”

    Air India Express jet crash: Kerala CM Pinarayi Vijayan lauds local response

    The fateful Air India Express jet arrived at the Kozhikode International Airport at around 7:30 PM on Friday carrying 190 passengers from Dubai.

    Dispur issues ‘proposed guideline’ for imparting informal education, seek opinions

    The Commissioner and Secretary to the government of Assam, Education (elementary, secondary and higher) Department, in a direction issued to the Mission Director, Sarba Siksha Abhijan, Assam also sought public views on the guideline on or before 20th August.

    Clash over Ram Temple celebration in Assam’s Sonitpur: Curfew imposed

    The incident occurred when a group of bikers was heading towards a Shiv temple playing loud music and shouting slogans

    Ram Mandir ‘Bhoomi Puja’: Security beefed in Assam districts

    The Kamrup (metro) district administration has asked city-based Hindu groups to refrain from organizing any religious function