29 C
Guwahati
Saturday, August 8, 2020
  • Home
  • Videos
  • TIMECAST
More

    মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এদিনৰ দৰমহাৰে অসম মাদ্ৰাছা শিক্ষক সন্থাৰ সাহায্য

    সমন্বয়ৰক্ষী সমিতি গঠন কৰি প্ৰায় ৪৮০০জন শিক্ষকে আহবঢ়াইছে এই সহায়

    সমগ্ৰ বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ ত্ৰাস চলি থকাৰ সমান্তৰালকৈ ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবেও উঠি পৰি লাগিছে সকলো দেশ। সাধ্যনুসাৰে বহুতো মানুহে আহবঢ়াইছে সহায়ৰ হাত। পিছ পৰি ৰোৱা নাই অসমৰ জমসাধাৰণো।

    বিভিন্ন দল সংগঠন, বহু বিধায়ক, সাংসদ, সাধাৰণ ৰাইজেও চৰকাৰক সাহায্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম মাদ্ৰাছা শিক্ষক সন্থা। সন্থাটোৰ কৰ্মচাৰীসকলেও চৰকাৰক কিছু সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    অসম মাদ্ৰাছা শিক্ষক কৰ্মচাৰী সন্থাই মুখ্যমন্ত্ৰী সাহায্য পূজিলৈ এদিনৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা জনসাধাৰণক ৰক্ষাৰ্থে সদৌ অসম মাদ্ৰাছা শিক্ষক কৰ্মচাৰী সন্থাই সমন্বয়ৰক্ষী সমিতি গঠন কৰি প্ৰায় ৪৮০০জন শিক্ষকৰ এদিনৰ দৰমহা মূখ্যমন্ত্ৰী সাহায্য পূজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা সমন্বয়ক মৌলানা ফজল উদ্দিন ভাষানীয়ে সাংবাদিকৰ আগত সদৰি কৰে। লগতে সকলোকে লকডাউন মানি চলিবলৈ আহ্বান জনায়।

    Input And Photo Credit :Wasim Hussain

    Published:

    4 COMMENTS

    1. buy tylenol

      মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এদিনৰ দৰমহাৰে অসম মাদ্ৰাছা শিক্ষক সন্থাৰ সাহায্য

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Rhino baby rescued in Kaziranga National Park

    At least 170 animals were rescued including three rhinos, 120 hog deer and 30 pythons

    PM Modi only makes “Jhumlas”: Tarun Gogoi

    This year, Assam has witnessed a devastating flood with over 100 people died and over 56 lakh people being affected since May 22

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    How did Sonowal violate COVID 19 protocol? Asks Debabrata Saikia

    Large numbers of people were seen attending the program and the CM himself was allegedly seen not maintaining 'social distancing’