মহানগৰীৰ GMCHত প্ৰথমে মাৰপিট, তাৰ পিছত হত্যা

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
প্ৰসূতি বিভাগত সংঘটিত হৈছে এই ঘটনা
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

মহানগৰীৰ GMCHত পুৱতিনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। প্ৰসূতি বিভাগত সংঘটিত হয় এই ঘটনা। ২জন ৰোগীৰ আত্মীয়ৰ মাজত হোৱা মাৰপিটৰ ফলত চন্দন ধৰ নামৰ এজন লোকৰ মৃত্যু। মৃত চন্দনৰ ঘৰ বশিষ্ঠ নতুন বজাৰত।

মৃত চন্দন ধৰ এগৰাকী মহিলা ৰোগীৰ ওপৰত লুটি খাই পৰাৰ পিছত মহিলাগৰাকীৰ স্বামীয়ে সংঘটিত কৰিছিল এই কাণ্ড। চন্দনক হত্যা কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল হত্যাকাৰী ইছলাম আলী। কিন্তু আৰক্ষীয়ে পলাতক হত্যাকাৰীক ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে।

Related Post