বিধ্বংসী অগ্নিকাণ্ড, ঘৰৰ লগতে সকলো সামগ্ৰী ভস্মীভূত

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

বাক্সা জিলাৰ গোৰেশ্বৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল গৌৰাংগ দাস নামৰ এজনৰ ঘৰৰ লগতে সকলো সামগ্ৰী। গোৰেশ্বৰৰ বিদ্যানগৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটা বুলি সন্দেহ।

Related Post