29 C
Guwahati
Saturday, August 8, 2020
  • Home
  • Videos
  • TIMECAST
More

    মটক যুৱ ছাত্ৰ সন্মিলনীৰ উপ সভাপতিৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ২ লাখ টকা

    সমগ্ৰ বিশ্বতে মাৰত্মক ৰূপ ধাৰণ কৰিছে ক’ৰণা সংক্ৰমণে। ক’ৰণা ভয়াৱহতা প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰীয়ে ২১ দিনৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন ঘোষণা কৰিছে। লকডাউনৰ ফলত এতিয়া ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত দেখা দিছে খাদ্যৰ নাটনিয়ে। এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে দেশৰ দৰিদ্ৰ জনতাই। দেশৰ এই দুৰ্যোগপূৰ্ণ সময়ত দৰিদ্ৰ জনতাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে একাংশ হৃদয়বান লোক।

    ডিব্ৰুগড়ৰ লাহোৱালৰ বাসিন্দা যুৱ সমাজকৰ্মী তথা মটক যুৱ ছাত্ৰ সন্মিলনীৰ উপ সভাপতি অজয় গগৈয়ে কৰণা আক্ৰান্তৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে ২ লাখ টকা। যুৱ সমাজকৰ্মী গগৈয়ে সোমবাৰে ২ লাখ টকাৰ চেক খন লাহোৱাল সমষ্টি বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ হাতত অৰ্পণ কৰে।

    দেশৰ এই সংকটকালত সামৰ্থ অনুযায়ী দ্ৰৰিদ্ৰ তথা আৰ্তজনক সহায় কৰিবলৈ বিভিন্নজনক আগবাঢ়ি আহিবলৈ আহ্বান জনাই যুৱ সমাজ কৰ্মী গগৈয়ে। ইফালে অজয় গগৈৰ এনে মহানুভৱতাৰ শলাগ লয় লাহোৱাল সমষ্টি বিধায়ক ঋতুপৰ্ণ বৰুৱাই।

    Photo Credit: @abdulrajjak

    Published:

    5 COMMENTS

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Rhino baby rescued in Kaziranga National Park

    At least 170 animals were rescued including three rhinos, 120 hog deer and 30 pythons

    PM Modi only makes “Jhumlas”: Tarun Gogoi

    This year, Assam has witnessed a devastating flood with over 100 people died and over 56 lakh people being affected since May 22

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    How did Sonowal violate COVID 19 protocol? Asks Debabrata Saikia

    Large numbers of people were seen attending the program and the CM himself was allegedly seen not maintaining 'social distancing’