লক ডাউনৰ মাজতে গুজৰাটত উত্তপ্ত পৰিস্থিতি,শ শ শ্ৰমিকৰ উগ্ৰ প্ৰতিবাদ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
প্ৰতিবাদকাৰী শ্ৰমিকসকলে কেইবাখনো বাহন জ্বলোৱাৰ লগতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

লক ডাউনৰ মাজতে গুজৰাটত হিংসাত্মক পৰিস্থিতি। চুৰাটৰ ৰাজপথত শ শ শ্ৰমিকৰ উগ্ৰ প্ৰতিবাদ। প্ৰাপ্য দৰমহা দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ। লগতে নিজ নিজ বাসগৃহলৈ উভতাৰ বাবে অনুমতিৰ দাবী।

লক ডাউনৰ বাবে চুৰাটত আৱদ্ধ অৰ্ধশতাধিক শ্ৰমিক। প্ৰতিবাদকাৰী শ্ৰমিকসকলে কেইবাখনো বাহন জ্বলোৱাৰ লগতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে।প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠী চালনা। ঘটনা সন্দৰ্ভত কেইবাজনো প্ৰতিবাদকাৰীক আটক গুজৰাট আৰক্ষীৰ।

Related Post