28 C
Guwahati
Tuesday, November 19, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম খাৰুপেটীয়াত গ্ৰেপ্তাৰ ম’ষ্ট ৱাণ্টেড ২ দুৰ্ধৰ্ষ ডকাইত, দৰং আৰক্ষীৰ বৃহৎ সফলতা

    খাৰুপেটীয়াত গ্ৰেপ্তাৰ ম’ষ্ট ৱাণ্টেড ২ দুৰ্ধৰ্ষ ডকাইত, দৰং আৰক্ষীৰ বৃহৎ সফলতা

    সোমবাৰে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত খাৰুপেটীয়া থানা এলেকাৰ নিমতলীৰ সমীপৰ পৰা কৌশলৰে গ্ৰেপ্তাৰ কৰে ২ দুৰ্ধর্ষ ডকাইতক

    দৰং আৰক্ষীৰ ক্ৰমাগতভাৱে অন্য এক সফলতা। সোমবাৰে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত খাৰুপেটীয়া থানা এলেকাৰ নিমতলীৰ সমীপৰ পৰা কৌশলৰে গ্ৰেপ্তাৰ কৰে ২ দুৰ্ধর্ষ ডকাইতক। ধৃত মহিদুল ইছলাম আৰু জয়নাল আবেদিন। খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত যোৱা অভিযানত গ্ৰেপ্তাৰ এই দুই ম’ষ্ট ৱাণ্টেড ডকাইত।

    উল্লেখ্য যে দৰঙৰ লগতে গুৱাহাটীৰ কেইবাটাও চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ লগত জড়িত হৈ অসমৰ আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড হিচাপে পৰিগণিত হৈ ত্ৰাসৰ সৃষ্টি কৰি নিজকে আত্মগোপন কৰি ৰাখিছিল এই দুই ডকাইতে। আনহাতে গুৱাহাটীৰ হাতীগাঁও থানাত ডকাইতকেইটাৰ বিৰুদ্ধে আছে ৬৪০/১৮ৰ গোচৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...