Skip to content

শোকাৱহঃ কণমানি পুত্ৰক কোলাত লৈ ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এগৰাকী মহিলাৰ!

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

উত্তৰ-পূব ৰে’লৱেৰ ফৰকাটিং আৰু ওৱাটিং ৰে’ল ষ্টেচনৰ মাজৰ ৰে’ললাইনত মঙলবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনা।

স্থানীয় লোকে জনোৱা অনুসৰি মঙলবাৰে বিয়লি ভাগত ফৰকাটিং জংছন পোৱাৰ পূৰ্বে উজনিমুৱা ৰঙীয়া এক্সপ্ৰেছ ৰে’ল গাড়ীৰ আগত এগৰাকী প্ৰায় ২৪বছৰীয়া মহিলাই দুবছৰীয়া সন্তান কোলাত লৈ জঁপিয়াই দিয়ে৷

সন্তানসহ মহিলাগৰাকীয়ে আত্মহত্যা কৰিছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ এই ঘটনা দিনৰ ২ বজাতেই সংঘটিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp