বিজেপিৰ জিলা সভাপতি নিযুক্ত মৃগেণ শৰণীয়া

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেণ শৰণীয়া নতুনকৈ নিযুক্ত হৈছে এই পদত
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Time8
Time8

গুৱাহাটী বিজেপিৰ জিলা সভাপতি ৰুপে নিৰ্বাচিত হৈছে মৃগেণ শৰণীয়া । গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেণ শৰণীয়া নতুনকৈ নিযুক্ত হৈছে এই পদত । ২০১৮ চনৰ ২০ আগষ্টত মেয়ৰ পদৰ কাৰ্যকাল সমাপ্ত হৈছিল তেওঁৰ।

২০১৬ৰ পৰা মৃগেণ শৰণীয়াই মেয়ৰ পদৰ দুবছৰীয়া কাৰ্যকাল অতি নিষ্ঠা সহকাৰে কাৰ্যনিৰ্বাহ কৰিছিল । এতিয়া জিলা সভাপতি হিচাপে তেওঁৰ স্থিতি কেনে হয় সেয়াহে পৰিলক্ষিত হ’ব।

Related Post