22 C
Guwahati
Friday, April 16, 2021
More

    নিৰ্দিষ্ট সময়ত বিটিচি নিৰ্বাচন অনুষ্ঠিত নহ’লে জ্বলিব অসম; হুংকাৰ নৱ কুমাৰ শৰণীয়াৰ

    ২০২০ চনৰ পিছত যদিহে প্ৰমিলাৰাণী ব্ৰহ্ম গণ সুৰক্ষা পাৰ্টিত যোগদান নকৰে তেন্তে ব্ৰহ্ম যাব লাগিব তেজপুৰলৈ৷'- পুনৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক কঠোৰ ভাষাৰে সমালোচনা সাংসদগৰাকীৰ

    BTC নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ গৰম হৈ পৰিছে বিটিএডিৰ ৰাজনৈতিক বতাহ৷ ‘নিৰ্দিষ্ট সময়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে বিটিচি নহয় জ্বলিব অসম৷’- বিটিচি নিৰ্বাচনক লৈ এইবাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ হুংকাৰ ৷ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিয়ে৷

    বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বাকযুদ্ধ চলি থকাৰ মাজতে সাংসদ গৰাকীৰ হুংকাৰে পৰিস্থিতি অতি বিষম কৰি তুলিছে। বাক্সাৰ থমনাত গন সুৰক্ষা পাৰ্টিৰ এখন সভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে এইবাৰৰ নিৰ্বাচনৰ পিছত সাৰি যাব নোৱাৰিব হাগ্ৰামা এণ্ড কোম্পানী ৷ কাৰণ বিটিএডিত সংঘটিত কৰা কোটি কোটি টকাৰ দুৰ্নীতিৰ বাবে কেৱল মন্ত্ৰীয়ে নহয় বিষয়া-কৰ্মচাৰীও যাব লাগিব জেললৈ।

    ‘২০২০ চনৰ পিছত যদিহে প্ৰমিলাৰাণী ব্ৰহ্ম গণ সুৰক্ষা পাৰ্টিত যোগদান নকৰে তেন্তে ব্ৰহ্ম যাব লাগিব তেজপুৰলৈ৷’- পুনৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক কঠোৰ ভাষাৰে সমালোচনা সাংসদগৰাকীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Breaking | Rhino kills forest staff in Manas National Park

    The incident was mourned in the entire Barpeta and Bajali regions

    BREAKING: ULFA (I) warns of ‘Action’ against Tata’s Amalgamated Plantation in Assam

    The outfit said that the company's head office was outside Assam where no indigenous personnel from Assam were in employment

    ‘Bohag Bihu’ 2021: April 15 declared as closed holiday for Central Govt Employees in Assam

    Central Government Employees Welfare Coordination Committee held a meeting earlier on December 9, 2020, and decided to remove ‘Bohag Bihu’ from the list of holidays for the year 2021

    Breaking | ECI orders fresh polls in 4 polling stations in Assam

    Fresh polls at four polling stations will be held on April 20, 2021 from 7 am to 6 pm

    Assam Polls: Mahajot Candidates Taken out of State in fear of ‘Horse Trading’?

    The state has recorded an overall 82.04% of votes in the three-phased polls

    No ‘Bohag Bihu’ holiday for Central Govt employees: Assam Witnesses Protest

    Central government offices in Assam will not get Bohag Bihu holidays this year and will have to apply for a restricted holiday during the Assamese New Year festival

    District Admin declared two areas as ‘Containment Zones’ in Biswanath

    Section 144 CrPC imposed in Majuli district likewise Jorhat, Sivasagar, Biswanath, Dhubri districts