22 C
Guwahati
Friday, April 16, 2021
More

    চৌদী আৰৱৰ মদিনাত পথ দুৰ্ঘটনা, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

    এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৩৫ গৰাকী বিদেশী তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে ৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছিল

    চৌদী আৰৱত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোকপ্ৰকাশ আৰু পীড়িত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মদীনা আৰক্ষীয়ে জনোৱা অনুসৰি আহত যাত্ৰীসকলক অল হমনা হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে মৃতকৰ পৰিচয় ওলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

    উল্লেখ্য যে, চৌদী আৰৱৰ পবিত্ৰ মদিনা চহৰত বুধবাৰে তীৰ্থযাত্ৰীৰে ভৰ্তি এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৩৫ গৰাকী বিদেশী তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে ৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছিল।

    মদিনাৰ পৰা ১৭০ কিলোমিটাৰ নিলগৰ হিজৰা ৰোডস্থিত অল–অখল গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ৩৯জন যাত্ৰী কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বাছে আন এখন গধূৰ বাহনত খুন্দা মাৰে। বাছখনত থকা লোকসকল এছিয়ান আৰু আৰব মূলৰ আছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Breaking | Rhino kills forest staff in Manas National Park

    The incident was mourned in the entire Barpeta and Bajali regions

    BREAKING: ULFA (I) warns of ‘Action’ against Tata’s Amalgamated Plantation in Assam

    The outfit said that the company's head office was outside Assam where no indigenous personnel from Assam were in employment

    ‘Bohag Bihu’ 2021: April 15 declared as closed holiday for Central Govt Employees in Assam

    Central Government Employees Welfare Coordination Committee held a meeting earlier on December 9, 2020, and decided to remove ‘Bohag Bihu’ from the list of holidays for the year 2021

    Breaking | ECI orders fresh polls in 4 polling stations in Assam

    Fresh polls at four polling stations will be held on April 20, 2021 from 7 am to 6 pm

    Assam Polls: Mahajot Candidates Taken out of State in fear of ‘Horse Trading’?

    The state has recorded an overall 82.04% of votes in the three-phased polls

    No ‘Bohag Bihu’ holiday for Central Govt employees: Assam Witnesses Protest

    Central government offices in Assam will not get Bohag Bihu holidays this year and will have to apply for a restricted holiday during the Assamese New Year festival

    District Admin declared two areas as ‘Containment Zones’ in Biswanath

    Section 144 CrPC imposed in Majuli district likewise Jorhat, Sivasagar, Biswanath, Dhubri districts