দিল্লীৰ ৰাজপথত জিলিকি উঠিল অসমৰ কলা-সংস্কৃতিৰ প্ৰতীকপট

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
নতুন দিল্লীত অনুস্থিত হোৱা এই কাৰ্যসূচীত অসমৰ লগতে দেশৰ মুঠ ১৬খন ৰাজ্যই ভাগ লৈছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

৭১ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত জিলিকি উঠিল অসমৰ প্ৰতীকপট। য’ত দেখুওৱা হৈছে অসমৰ জাতীয়-জনজীৱনৰ কলা-সংস্কৃতি। নতুন দিল্লীত অনুস্থিত হোৱা এই কাৰ্যসূচীত অসমৰ লগতে দেশৰ মুঠ ১৬খন ৰাজ্যই ভাগ লৈছে।

ইয়াৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশ, চত্তীছগড়, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, কৰ্নাটক, মধ্যপ্ৰদেশ, উৰিষ্যা, ৰাজস্থান, তামিলনাডু, উত্তৰপ্ৰদেশ আদি।

এইবাৰৰ ২০২০ চনৰ পেৰেডত অসমৰ বাঁহ-বেত, মৃৎ শিল্প, সুতা কটা, বোৱন শিল্প, কাঁহ শিল্প, লগতে এই প্ৰতীকপট আগবঢ়ই নিয়ে ভোৰতাল নৃত্যৰ দলে।

Photo credit: Doordarshan

Related Post