32 C
Guwahati
Monday, August 3, 2020
  • Home
  • Videos
  • TIMECAST
More

    ছেৱা কাৰ্যালয়ত উপস্থিত আছুৰ সঁজাতি দল; বিসংগতিমুক্ত পৰীক্ষা অনুষ্ঠিত হ’বৰ বাবে দাবী ছেৱাৰ কৰ্তৃপক্ষক

    ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল আৰু হাইমাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষা। ৩,৫৮,৪৪৬ গৰাকী ছাত্ৰ-ছাত্ৰী এইবাৰ অৱৰ্তীন হ'ব পৰীক্ষাত

    ছেৱাৰ কাৰ্যালয়ত উপস্থিত আছুৰ এটা সঁজাতি দল। ছেৱাৰ লগত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কৰ্তৃপক্ষকো সাক্ষাৎ কৰে আছুৰ সঁজাতি দলে। আগন্তুক হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা যাতে বিসংগতিমুক্তভাৱে অনুষ্ঠিত হয় তাৰ বাবে ছেৱাৰ কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই দলটোৱে।

    ছাত্ৰ-ছাত্ৰীয়ে যাতে অনিশ্চয়তাত পৰীক্ষাত অৱৰ্তীন হ’ব নালাগে তাৰ বাবেও দাবী জনায় আছুৰ সঁজাতি দলটোৱে। ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল আৰু হাইমাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষা। ৩,৫৮,৪৪৬ গৰাকী ছাত্ৰ-ছাত্ৰী এইবাৰ অৱৰ্তীন হ’ব পৰীক্ষাত। ৮৬০টা কেন্দ্ৰত এইবাৰ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। নকল কৰি ধৰা পৰিলে ৩বছৰ পৰ্যন্ত হ’ব পাৰে বহিষ্কৃত। নকল ধৰা পৰা পৰীক্ষা কেন্দ্ৰৰ বিৰুদ্ধেও সৰৱ ছেৱা।

    উচ্চতৰ মাধ্যমিক শিক্ষা সংসদো সাজু পৰীক্ষাৰ বাবে। ইতিমধ্যে পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ জিলাই জিলাই প্ৰেৰণ কৰা হৈছে। ১২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী মুঠ ২৩৪২৩৯ গৰাকী। ৭৭২টা কেন্দ্রত অনুষ্ঠিত হ’ব এই পৰীক্ষাসমূহ।

    অনলাইনযোগে নিৰীক্ষকসকলে দৈনিক প্ৰেৰণ কৰিব পৰীক্ষা কেন্দ্ৰৰ সৱিশেষ তথ্য। ৩৩খন জিলাত পৰীক্ষা নিয়ন্ত্ৰক থাকিব। CCTVৰ নিৰীক্ষণত থাকিব পৰীক্ষা কেন্দ্ৰসমূহ। ইতিমধ্যে জিলাই জিলাই প্ৰেৰণ কৰা হৈছে প্ৰশ্নকাকতসমূহ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam’s Pranay Kalita killed in Manipur Ambush

    Assam chief minister Sarbananda Sonowal also expressed his condolence for Kalita and the bereaved family

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Baghjan Blowout: ‘Dummy Run’ Today to Cap & Kill the Well

    Last week the final operation to kill and capping of the well got disrupted when three foreign experts sustained burn injuries while working on controlling the blaze

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    In a letter to Javadekar, Assam Leader of Opposition objects to draft EIA

    The Ministry for Environment, Forest and Climate Change had called for suggestions and objections to the draft by August 10