22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম 'কোৰানৰ কলংকিত কথা' গ্ৰন্থ লিখা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ AIUDF নেতাৰ

    ‘কোৰানৰ কলংকিত কথা’ গ্ৰন্থ লিখা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ AIUDF নেতাৰ

    বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে AIUDFৰ সাধাৰন সম্পাদক নুৰুল আমিন চৌধুৰীয়ে ৰুজু কৰিলে গোচৰ

    ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ নামৰ শীৰ্ষক গ্ৰন্থক লৈ তীব্ৰ বিতৰ্ক, চৰ্চা চলি থকাৰ সময়তে গ্ৰন্থখন লিখা বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজ হ’ল নগাঁও সদৰ থানাত। ইছলাম আৰু কোৰাণৰ কলংকিত কথা নামৰ গ্ৰন্থ লিখা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ।

    Photo: Time8

    বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে AIUDFৰ সাধাৰন সম্পাদক নুৰুল আমিন চৌধুৰীয়ে ৰুজু কৰিলে গোচৰ। গ্ৰন্থখনৰ প্ৰকাশকৰ বিৰুদ্ধেও ৰুজু গোচৰ।

    কিছুদিন পূৰ্বে কে জামান নামৰ এজন অধিবক্তাই ৰুজু কৰিছিল গোচৰ। উল্লেখ্য যে কোৰাণৰ বিৰোধিতাৰে কিছুদিন পূৰ্বে ইছলাম আৰু কোৰাণৰ কলংকিত কথা শীৰ্ষক গ্ৰন্থ লিখি উলিয়াইছিল বিজেপি নেতাজনে আৰু তাকে লৈ বৰ্তমানো অব্যাহত আছে তীব্ৰ বিতৰ্কৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্