Skip to content

মৃত্যুৰ কিৰিলি;ভাৰতত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩৪লৈ বৃদ্ধি

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জাৰি সংখ্যা অনুসৰি দেশজুৰি কৰ’ণা পজিটিভ লোকৰ সংখ্যা হ’ল ২৯,৪৩৫।এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ২১,৬৩২ গৰাকী লোকক।সুস্থ হৈ উঠিছে ৬৮৬৮জন লোক।এইপৰ্যন্ত মৃত্যু হৈছে ৯৩৪জনৰ।

ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত কৰ’ণাত আক্ৰান্ত হৈছে মুঠ ৮,৫৯০ গৰাকী লোক।ইয়াৰে মৃত্যু হৈছে ৩৪২জনৰ।লকডাউন সম্পূৰ্ণৰূপে ভাৰতবাসীয়ে মানি চলাৰ বাবেই যথেষ্ট নিয়ন্ত্ৰিত হৈ আছে ভাৰতৰ পৰিস্থিতি।

Photo Credit: Business Standard

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp