22.9 C
Guwahati
Saturday, October 24, 2020
More

    মৃত্যুৰ কিৰিলি;ভাৰতত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩৪লৈ বৃদ্ধি

    ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে

    ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জাৰি সংখ্যা অনুসৰি দেশজুৰি কৰ’ণা পজিটিভ লোকৰ সংখ্যা হ’ল ২৯,৪৩৫।এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ২১,৬৩২ গৰাকী লোকক।সুস্থ হৈ উঠিছে ৬৮৬৮জন লোক।এইপৰ্যন্ত মৃত্যু হৈছে ৯৩৪জনৰ।

    ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত কৰ’ণাত আক্ৰান্ত হৈছে মুঠ ৮,৫৯০ গৰাকী লোক।ইয়াৰে মৃত্যু হৈছে ৩৪২জনৰ।লকডাউন সম্পূৰ্ণৰূপে ভাৰতবাসীয়ে মানি চলাৰ বাবেই যথেষ্ট নিয়ন্ত্ৰিত হৈ আছে ভাৰতৰ পৰিস্থিতি।

    Photo Credit: Business Standard

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    COVID-19 curve in Assam starts to flatten; health minister

    The COVID-19 curve in the state has started flattening with the constant fall in positivity rate of the cases, claimed Himanta Biswa Sarma

    CAA will be implemented soon: BJP chief JP Nadda

    The BJP chief said that due to the Covid-19 pandemic, implementation of CAA got delayed

    CM moves PM over Assam Mizoram border dispute

    Assam CM Sarbananda Sonowal telephoned his Mizoram counterpart Zoramthanga and talked to him about the incident that took place at the border

    NIA files charge sheet against 12 people, including 9 Bangladeshi nationals in human trafficking case

    Ruhul Amin Dhali and 10 other arrested accused had illegally entered India in 1980s and established a prostitution racket in various parts of India

    IN VIDEO: Assam surgeon grooves to ‘Ghungroo’ song to cheer up patients

    A video of an ENT surgeon from Assam dancing on popular song ‘Ghungroo’ wearing PPE kit has taken over the internet

    Like ‘Ravana’ Congress’s Grand Alliance is a set of Heads only: Sarma

    Congress had asked all the anti-Citizenship Amendment Act (CAA) forces to join the ‘grand alliance’ to outnumber the BJP