বঙাইগাঁৱৰ দূৰ্গামাৰীত হত্যাকাণ্ড৷ পুত্ৰই হত্যা কৰিলে নিজ পিতৃক৷ বিদ্যাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিক হানি-খুচি হত্যা৷ জিলাখনৰ বিদ্যাপুৰ আৰক্ষী টকাৰ অন্তৰ্গত দূৰ্গামাৰীত সংঘটিত এই নৃশংস হত্যাকাণ্ড৷
চোকা অস্ত্ৰৰে হানি হত্যা কৰে নবাব আলী(৬০) নামৰ লোকগৰাকীক৷ হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ আলী হুছেইন নামৰ হত্যাকাৰী পুত্ৰই আজি পুৱা ৯ বজাত খেতি পথাৰৰ পৰা ঘৰলৈ আহি থকা পথত বাটত আগভেটি ধৰি হত্যা কৰে লোকজনক।
Graphic:Time8