32 C
Guwahati
Tuesday, July 7, 2020
  • Home
  • Videos
  • T8 Radio
More

    ভোগৰ উৎসৱৰ দিনাই ২৪ ঘণ্টীয়া অনশনত বহিল KMSS

    উক্ত অনশন কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে সৰুক্ষেত্ৰী নাগৰিক মঞ্চ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি আদি কৰি বিভিন্ন দল-সংগঠনে। চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে অনশনকাৰীসকলে

    ভোগৰ উৎসৱ ভোগালী বিহুৰ দিনাই CAA বাতিল আৰু কাৰাৰুদ্ধ আন্দোলনকাৰীক মুক্তি দিয়াৰ দাবীত ২৪ ঘণ্টীয়া অনশনত বহিল সৰ্থেবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতি। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত সৰ্থেবাৰী নতুন বজাৰত এই অনশন কাৰ্যসূচী আৰম্ভ হৈছে।

    দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত অনশন কাৰ্যসূচীত অনশনকাৰী হিচাপে অংশগ্ৰহণ কৃষক মুক্তিৰ বৰপেটা জিলা সমিতিৰ যুটীয়া সম্পাদক দণ্ডীনাথ বৰ্মন, জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জিতেন্দ্ৰ মেধি আৰু চেঙা আঞ্চলিক সমিতিৰ উপদেষ্টা পুতুল ৰয়ে। উক্ত অনশন কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে সৰুক্ষেত্ৰী নাগৰিক মঞ্চ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি আদি কৰি বিভিন্ন দল-সংগঠনে। চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে অনশনকাৰীসকলে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Coronavirus is a Hoax: Dr Satyakam Phukan

    Dr Phukan said, “I do not see any reason to terrorise the people in the name of coronavirus. State's health and family welfare minister has been misled by certain forces.

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Goods train Average Speed rises to 43.6% in NFR

    On Sunday, the average speed of freight trains was 43.08 kmph against 24.02 kmph on June 28 last year

    Landslide Leaves One Dead At Kharguli

    Union Home Minister Amit Shah on Sunday called Assam’s health and family welfare minister Himanta Biswa Sarma and took stock of the situation over telephone.

    Maligaon-the ‘new’ COVID Hotspot in the City

    On Tuesday, the state had recorded the biggest ever jump in the COVID positive cases with at least 572 COVID19 positive cases. Out of them, 380 cases were from Guwahati city alone

    AFSPA extended in Nagaland: Governor summoned Assembly Session

    Nagaland has been under the coverage of the Armed Forces (Special Powers) Act (AFSPA) for almost six decades and it was not withdrawn