পাকিস্তানৰ কৰতাৰপুৰত অৱস্থিত শিখ ধৰ্মাৱলম্বীসকলৰ গুৰুদ্বাৰ এজাক ধুমুহাত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। যোৱা বৰ্ষত পাক চৰকাৰে শিখসকলৰ বাবে কৰতাৰপুৰত নিৰ্মাণ কৰিছিল এই গুৰুদ্বাৰ।এই কৰতাৰপুৰতে গুৰু নানকে জীৱনৰ ১৮ বছৰ কাল কটাইছিল।

শুকুৰবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাৰ ফলত গুৰুদ্বাৰটিৰ ৪টাকৈ প্ৰকাণ্ড গম্বুজ খহি পৰে। যোৱা বৰ্ষত ভাৰত আৰু পাকিস্তান চৰকাৰৰ আলোচনা মৰ্মে কৰতাৰপুৰত শিখ ধৰ্মাৱলম্বীসকলৰ বাবে এটি গুৰুদ্বাৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ পৱিত্ৰ ৫৫০ সংখ্যক আৱিৰ্ভাৱ তিথিত কৰতাৰপুৰৰ গুৰুদ্বাৰটি মুকলি কৰে।

এই স্থানক ভাৰত-পাকিস্তানৰ মাজত কৰিডৰ হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়ালৈ যাবলৈ কোনো ভাৰতীয় লোকৰে ভিছাৰ প্ৰয়োজন নহয়। পাক চৰকাৰে গুৰুদ্বাৰটিক শিখ সমাজলৈ এক উপহাৰ বুলি কৈছিল। লক ডাউনৰ বাবে মাৰ্চ মাহৰ পৰা গুৰুদ্বাৰটি বন্ধ হৈ আছে।

এতিয়া শিখ ধৰ্মাৱলম্বীসকলে অভিযোগ উত্থাপন কৰি কৈছে-”পাক চৰকাৰে সুন্দৰ চিন্তা কৰিছিল, কিন্তু বিষয়টো যিমান গুৰুত্ব সহকাৰে ল’ব লাগিছিল সিমান গুৰুত্ব সহকাৰে নল’লে। ৪টাকৈ প্ৰকাণ্ড গম্বুজ খহি পৰালৈ চাই অনুমান কৰিব পাৰি গুৰুদ্বাৰটিৰ নিৰ্মাণ কাৰ্যত চিমেণ্ট ব্যৱহাৰ নকৰি ফাইভাৰ ব্যৱহাৰ কৰা হৈছে। যি কাৰ্যই আমাক নিৰ্মম আঘাত দিছে। ”
Photo Credit: Twitter
genericviagra without a doctor prescription
প্ৰচণ্ড ধুমুহাত খহি পৰিল পাকিস্তানস্থিত গুৰুদ্বাৰৰ ৪টাকৈ প্ৰকাণ্ড গম্বুজ; নিৰ্মাণ কাৰ্যত অৱহেলাৰ সন্দেহ
buy hydroxychloroquine
প্ৰচণ্ড ধুমুহাত খহি পৰিল পাকিস্তানস্থিত গুৰুদ্বাৰৰ ৪টাকৈ প্ৰকাণ্ড গম্বুজ; নিৰ্মাণ কাৰ্যত অৱহেলাৰ সন্দেহ
cialis 20mg
প্ৰচণ্ড ধুমুহাত খহি পৰিল পাকিস্তানস্থিত গুৰুদ্বাৰৰ ৪টাকৈ প্ৰকাণ্ড গম্বুজ; নিৰ্মাণ কাৰ্যত অৱহেলাৰ সন্দেহ
cialis generic online
প্ৰচণ্ড ধুমুহাত খহি পৰিল পাকিস্তানস্থিত গুৰুদ্বাৰৰ ৪টাকৈ প্ৰকাণ্ড গম্বুজ; নিৰ্মাণ কাৰ্যত অৱহেলাৰ সন্দেহ
viagra for sale at walmart
প্ৰচণ্ড ধুমুহাত খহি পৰিল পাকিস্তানস্থিত গুৰুদ্বাৰৰ ৪টাকৈ প্ৰকাণ্ড গম্বুজ; নিৰ্মাণ কাৰ্যত অৱহেলাৰ সন্দেহ
ciprofloxacin price without insurance
প্ৰচণ্ড ধুমুহাত খহি পৰিল পাকিস্তানস্থিত গুৰুদ্বাৰৰ ৪টাকৈ প্ৰকাণ্ড গম্বুজ; নিৰ্মাণ কাৰ্যত অৱহেলাৰ সন্দেহ