30 C
Guwahati
Tuesday, July 14, 2020
  • Home
  • Videos
  • TIMECAST
More

    সুৰাৰ বটলৰ সৈতে ফেচবুকত নিতীশ চৰকাৰক প্ৰত্যাহ্বান দিয়া যুৱক গ্ৰেপ্তাৰ

    ২৭ নৱেম্বৰত সুভাষ কুমাৰে ৰাজহুৱা স্থানত সুৰাৰ বটল হাতত লৈ চৰকাৰ তথা আৰক্ষীক প্ৰশাসনক গ্ৰপ্তাৰ কৰা মুকলিকৈ প্ৰত্যাহ্বান জনাইছিল আৰু এই ভিডিঅ' পোষ্ট কৰিছিল ফেচবুকত

    বিগত কিছুদিন ধৰি ছচিয়েল মিডিয়াত বিহাৰত এজন যুৱক যথেষ্ট ভাইৰেল হৈ পৰিছে। দৰাচলতে যুৱকজনে ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকৰ জৰিয়তে নিতীশ চৰকাৰ আৰু তেওঁৰ আৰক্ষী ব্যৱস্থাক প্ৰত্যাহ্বান দি কেইবাটাও ভিডিঅ’ প্ৰস্তুত কৰিছিল। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত যুৱকৰ হাতত সুৰাৰ বটল লোৱা ফটো ভাইৰেল হৈ পৰিল। এই ঘটনাৰ পিছতে আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে গ্ৰহণ কৰিলে উচিত পদক্ষেপ।

    হাতত সুৰাৰ বটল লৈ যুৱকে সীতামঢ়ীৰ আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ মুকলিকৈ প্ৰত্যাহ্বান দিছিল ছচিয়েল মিডিয়াত। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত সেই ফটোখন ভাইৰেল হৈ পৰিছিল। ফটো ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই যুৱকজনক গ্ৰেপ্তাৰ কৰে।

    আৰক্ষীয়ে জনোৱা অনুসৰি, ভিডিঅ’ ভাইৰেল কৰা যুৱক ৱথনাহা থানাৰ সমীপৰে কিছনপুৰ গাঁৱৰ সুভাষ কুমাৰ। এই সন্দৰ্ভত সোধাপোছাৰ অন্তত প্ৰাথমিক তদন্ত অব্যাহত ৰাখে। যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে যুৱকজনক আদালতত হাজিৰ কৰোৱায়। আদালতে যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ২৭ নৱেম্বৰত সুভাষ কুমাৰে ৰাজহুৱা স্থানত সুৰাৰ বটল হাতত লৈ চৰকাৰ তথা আৰক্ষীক প্ৰশাসনক গ্ৰপ্তাৰ কৰা মুকলিকৈ প্ৰত্যাহ্বান জনাইছিল আৰু এই ভিডিঅ’ পোষ্ট কৰিছিল ফেচবুকত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Guwahati put into ‘isolation’: 12 districts banned travel from the city

    The total numbers of COVID 19 related deaths in the state have also gone up to 24

    Nagaon girl suspected to have died of ‘Drug Overdose’

    Police have busted a drug racket and arrested two persons who had allegedly sold them ‘brown sugar’

    Major Reshuffle in Assam Police

    There were several other promotions and reshuffles in the department

    Learn Japanese: Assam Min’s Career Tip To Students

    The Assam Government is in talks with Japan External Trade Organisation to set up an industrial hub of 150 companies

    Coronavirus is a Hoax: Dr Satyakam Phukan

    Dr Phukan said, “I do not see any reason to terrorise the people in the name of coronavirus. State's health and family welfare minister has been misled by certain forces.